• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থমকি যাওক সময়… দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

থমকি যাওক সময়… দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

1 year ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

15 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

30 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

58 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

4 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

থমকি যাওক সময়… দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

থমকি যাওক সময়... দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

editor by editor
October 3, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
থমকি যাওক সময়… দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট
0
SHARES
802
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৩ ৰ অডিআই বিশ্বকাপৰ পাছত ক্ৰিকেট জগতৰ পৰা কিছু দূৰত্বত অৱস্থান কৰিছে মহম্মদ ছামিয়ে৷ শাৰীৰিক অসুস্থতাৰ বাবে ক্ৰিকেটৰ পৰা দূৰত্ব অৱলম্বন কৰি আছে৷ অৱশ্যে এই বৰ্ষত তেওঁ অষ্ট্ৰেলিয়া যাত্ৰাৰে আকৌ জাতীয় দললৈ উভতি অহাৰ কথা চলিছে৷ বিগত বছৰৰ অডিআই বিশ্বকাপৰ পাছৰে পৰা দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আছে৷

শেহতীয়াকৈ মহম্মদ ছামীয়ে দিয়া এক ফেছবুক পোষ্টে আকৌ এবাৰ ক্ৰিকেট প্ৰেমীক মনত পেলাই দিছে মহম্মদ ছামীৰ কথা৷ বিশেষ ভিডিঅ’টো তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে সম্পৰ্কিত৷ দীৰ্ঘদিনৰ অন্তত ছামী আৰু তেওঁৰ কন্যাৰ দেখাদেখি হৈছে৷ অৰ্থাৎ ছামী দীৰ্ঘবিৰতিৰ অন্তত লগ পাইছে তেওঁৰ কন্যাক৷ ভিডিঅ’টোৱে তুলি ধৰিছে কিমান অপেক্ষা কৰিছিল ছামীয়ে কন্যাৰ সৈতে লগ পাবৰ বাবে৷ কন্যাক সাবটি ভাবুক হৈ পৰিছে ছামী৷ ভিডিঅটোৱে চকু সেমেকাই তুলিছে অনুৰাগীৰো৷ কন্যা আৰু পিতৃৰ নিঁভাজ প্ৰেমৰ ছবিকেই তুলি ধৰিছে ভিডিঅটোৱে৷

https://www.facebook.com/reel/1065869971137530

দীৰ্ঘদিনক অন্তত কন্যা আইৰাৰ সৈতে সাক্ষাৎ হৈছে ছামীৰ৷ হাছিন জাহানৰ সৈতে বিচ্ছেদ হৈছে ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকীৰ৷ তাৰপাছতেই তেওঁ কন্যা আইৰাকো বিশেষভাৱে লগ নাপায়৷ বহুদিন পাছত কন্যাৰ সৈতে সাক্ষাৎ হোৱাত আৱেগিকো হৈ পৰিছে ছামী৷

ছামীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্ব্যনত লিখিছে, ‘দীৰ্ঘদিন পাছত তাইক দেখিলো৷ মোৰ বাবে সময় যেন থমকি ৰৈছে৷ তোমাক খুব ভালপাওঁ বেবো৷ কথাৰে এই কথা বুজায় ক’ব নোৱাৰো৷’ এই ভিডিঅ’ত ছামী আৰু আইৰাক দেখা গৈছে এক শ্বপিং মলত৷ কাঢ়া নিৰাপত্তাবেষ্টনীৰ মাজত ছামী আৰু আইৰাই শ্বপিং কৰাও ভিডিঅ’টোত পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 23, 2026
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ
জীৱনশৈলী

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

March 23, 2026
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
Next Post
নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ'ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

দেশৰ ৰাজধানী নিষিদ্ধ দ্ৰব্যৰো ৰাজধানী নেকি ! ৭০০০ কোটি টকাৰ…

দেশৰ ৰাজধানী নিষিদ্ধ দ্ৰব্যৰো ৰাজধানী নেকি ! ৭০০০ কোটি টকাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.