• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মালিচ ভাল লাগিছেনে’ , দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী

‘মালিচ ভাল লাগিছেনে’ , দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী

2 years ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

35 minutes ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

1 hour ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

2 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

2 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

3 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

4 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

5 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

6 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

6 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

9 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

9 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘মালিচ ভাল লাগিছেনে’ , দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী

editor by editor
September 16, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
‘মালিচ ভাল লাগিছেনে’ , দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী
0
SHARES
491
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মালিচ ভাল লাগিছেনে’ দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী

ৰাজ্যত পুণৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। মহাকৰ কামনাৰ বলি ভাগিনী। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দুধনৈত। মহাক মাহীয়েকৰ ঘৰলৈ বুলি মাতৃ আৰু ভাতৃৰ সৈতে ফুৰিবলৈ গৈছিল ভুক্তভোগী কিশোৰী।

মাতৃ আৰু মাহীয়েকৰ উপস্থিতিতেই মহাকে ধৰ্ষণৰ চেষ্টা চলালে ভাগিনীয়েক। লগে লগে হাহাকাৰ লাগি যায় চাৰিওফালে।
আৰক্ষীৰ ওচৰতো ৰুজু কৰা হয় গোচৰ। গোচৰ ৰুজুৰ পাছতে অভিযুক্তৰ সন্ধানত আৰক্ষী। পাছে বৰ্তমানলৈ পলাতক অভিযুক্ত দীপক দাস (ভাইটি)।

গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হৈছে এই ঘটনা। মহাকৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷ অভিযুক্তৰ বিৰুদ্ধে দুধনৈ থানাত এজাহাৰ দাখিল ভুক্তভোগী কিশোৰীৰ পিতৃ-মাতৃৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ আত্মীয় আৰু স্থানীয় মহিলা সকলে অভিযোগ উত্থাপন কৰি কয় যে- আঠ ছেপ্তেম্বৰত সংঘটিত হয় এই ঘটনাটো।

উক্ত দিনা ভুক্তভোগী কিশোৰী গৰাকীসহ পিতৃ-মাতৃয়ে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিকটাত্মীয় গৰাকীৰ ঘৰলৈ যায়। নিশাৰ ভাগত পাকঘৰত ভুক্তভোগীৰ মাতৃ আৰু মাহীয়েকে ভাত ৰান্ধি থকাৰ সময়ত সুযোগ গ্ৰহণ কৰি পঞ্চাশ উৰ্ধৰ দীপক দাস নামৰ লম্পদ জনে কিশোৰী গৰাকী শুই থকা কোঠালীলৈ যায় আৰু প্ৰথমে লাইট অফ কৰি কিশোৰী গৰাকীক যৌন আতিশয্য চলাই ধৰ্ষণ কৰিবলৈও উদ্যত হয় বুলি জানিব পৰা গৈছে ৷

তেনে সময়তে কিশোৰী গৰাকী কোঠালীৰ পৰা দৌৰি পলায়ন কৰে৷ তাৰ পিছতে পিতৃ-মাতৃক সকলো কথা অৱগত কৰে ৷ কন্যাৰ পৰা এই কথা জানিব পাৰি পিতৃ-মাতৃয়ে স্থানীয় মহিলা সকলক লগত লৈ আজি দুধনৈ থানাত এখন এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে আৰক্ষীয়ে এজাহৰৰ ভিত্তিত ৭৫/২০২৪ নং গোচৰটো ৰজু কৰে ৷ ভুক্তভোগী কিশোৰী গৰাকীকো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয় বুলি জানিব পৰা গৈছে ৷

ইফালে কিশোৰী গৰাকীৰ পিতৃ-মাতৃৰ অভিযোগ অনুসৰি দীপক দাসক দুধনৈ আৰক্ষীয়ে বিচাৰি থকা বুলিও জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত ভূক্তভোগী পৰিয়ালটোৱে দোষীক দৃষ্টান্তমুলক শাস্তি প্ৰদানৰো দাবী কৰিছে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam DudhnoigoalparaGoalpara Dudhnoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ
অপৰাধ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
Next Post
কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

৬ দিনত চহকী হৈ পৰিব ৩ ৰাশিৰ লোক! চন্দ্ৰ-বৃহস্পতিৰ সংযোগে উদয় কৰিব ভাগ্য

৬ দিনত চহকী হৈ পৰিব ৩ ৰাশিৰ লোক! চন্দ্ৰ-বৃহস্পতিৰ সংযোগে উদয় কৰিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.