• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?

মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?

4 years ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

9 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

22 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

42 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?

editor by editor
March 25, 2022
in জীৱনশৈলী, ফেশ্বন, বাণিজ্য
0
মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম তেওঁৰ ছুফিয়া ৰিয়াধ৷ স্বামীৰ নাম আদম ৰিয়াধ৷ দুয়ো তিনি সন্তানৰ মাতৃ-পিতৃ৷

দুয়োৱে ২০১৯ চনত মেজেণ্টা ফ্ল’ৱাৰ্ছ নামেৰে এক ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰে৷ বিভিন্ন অনুষ্ঠানৰ বাবে ফুলবোৰ সংৰক্ষণ কৰি সেইবোৰ পুনৰ গৰাকীকৈ স্মৃতি হিচাপে বিশেষ পেকেজ কৰি প্ৰেৰণ কৰে৷ ইতিমধ্যে তেওঁলোকে এইদৰে প্ৰায় ৪ হাজাৰ অৰ্ডাৰ ডেলিভাৰী কৰিছে৷

দম্পতীহালে এই ব্যৱসায়িক প্ৰতিষ্ঠানটোকে এতিয়া সম্প্ৰসাৰণ কৰিছে৷ কিন্তু তেওঁলোকৰ ফুলৰ বাবে ব্যৱসায় সম্প্ৰসাৰণ কৰা নাই৷ তেওঁলোকে এক বিশেষ ব্যৱসায়ৰ বাবেহে ইয়াৰ সম্প্ৰসাৰণ কৰিছে৷

লগতে পঢ়ক ‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

দম্পতীহালে এই সম্প্ৰসাৰণ কৰি ২০২৩ চনৰ ভিতৰত প্ৰায় ১৫ কোটি টকাৰ ব্যৱসায় কৰাৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে৷ এতিয়া প্ৰশ্ন হ’ল তেওঁলোকে কি ব্যৱসায় কৰি এই বৃহৎ পৰিমাণৰ টাৰ্ণ অ’ভাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে?

প্ৰকাশিত বাতৰি মতে দম্পতীহালে মাতৃদুগ্ধৰ গহনাৰ ব্যৱসায়েৰে এই লক্ষ্য স্পৰ্শ কৰিবলৈ স্থিৰ কৰি লৈছে৷ ব্ৰিটিছ সংবাদ পত্ৰ দ্য মি’ৰৰ মতে লকডাউনৰ সময়তে দম্পতী হালে মাতৃদুগ্ধ গহনা সম্পৰ্কে এক প্ৰৱন্ধ পঢ়িবলৈ পাইছিল৷ আৰু তেতিয়াই তেওঁলোকে ইয়াক ব্যৱসায় হিচাপে গ্ৰহণ কৰিবলৈ সংকল্প গ্ৰহণ কৰে৷

প্ৰকাশ পোৱা মতে এতিয়া বিশ্ব বজাৰত দুগ্ধ গহনাৰ ব্যৱসায় বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ দম্পতীহালে মাতৃসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পৰা দুগ্ধ সংগ্ৰহ কৰি সংৰক্ষণ কৰে৷

লগতে পঢ়ক ‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

‘দুগ্ধপানক স্মৃতিক যুগমীয়া কৰক’ বাৰ্তাৰে তেওঁলোকে মাতৃসকলৰ পৰা দুগ্ধ সংগ্ৰহ কৰে৷ এইদৰে সংৰক্ষণ কৰি গাখীৰবোৰ কঠিন মূল্যৱান ষ্টনলৈ পৰিৱৰ্তিত কৰি লোৱা হয়৷

চুফিয়াই প্ৰকাশ কৰা মতে ইয়াৰ দ্বাৰা মাতৃ আৰু কেঁচুৱাৰ মাজত এক আৱেগিক সম্পৰ্কক স্মৰণীয় কৰি তুলি ভৱিষ্যতে ইয়াক উদযাপন কৰিবলৈ তেওঁলোকে মাতৃসকলক উৎসাহিত কৰিছে৷

যিগৰাকী মাতৃয়ে তেওঁক সন্তানৰ দুগ্ধপানক যুগমীয়া স্মৃতিৰে সাঁচি ৰাখিব খোজে তেওঁ ৰিয়াধ দম্পতীক সংৰক্ষণ কৰিবলৈ ৩০ মিলি লিটাৰ গাখীৰ প্ৰদান কৰিব লাগে৷ দম্পতীহালে সেই গাখীৰ পৰাই দুগ্ধ গহনা প্ৰস্তুত কৰি উলিয়ায়৷

লগতে পঢ়ক জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

প্ৰতিবেদনত কোৱা হৈছে যে দম্পতীহালে বহু গৱেষণাৰ অন্তত গাখীৰক মূল্যৱান শিললৈ ৰূপান্তৰিত কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে৷ ৰিয়াধ দম্পতীহালৰ মতে গাখীৰক শিললৈ ৰূপান্তৰিত কৰিলেও গাখীৰৰ ৰং বিশুদ্ধ হৈয়ে থাকে৷

এইদৰেই দম্পতী হালে মাত্ৰ এটা বছৰৰ ভিতৰতে ১৫ কোটি টকাৰ মাতৃদুগ্ধ গহনাৰ ব্যৱসায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
Next Post
প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.