• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

4 years ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

12 minutes ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

1 hour ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

2 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

2 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

13 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

13 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

14 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

14 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

15 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

editor by editor
May 21, 2022
in চিনেমা, বিশ্ব, ৰাজনীতি
0
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
0
SHARES
462
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফ্ৰান্সত আৰম্ভ হৈছে বিশ্বৰ প্ৰসিদ্ধ কাঁ চলচ্চিত্ৰ মহোৎসৱ৷ সমগ্ৰ বিশ্ব চলচ্চিত্ৰ জগতৰ পৱিত্ৰ মহাসংগম পৰিণত হোৱা এই কাঁ মহোৎসৱতে এইবাৰ ঘটিছে অথন্তৰ৷

কাঁৰ ৰেড কাৰ্পেটত এইবাৰ অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে এগৰাকী যুৱতীয়ে৷

হলিউদৰ ৰিপ’ৰ্টাৰে প্ৰকাশ কৰা অনুসৰি ফ’টোগ্ৰাফাৰসকলৰ সন্মুখত চিঞৰি চিঞৰিৰ যুৱতীগৰাকীয়ে শৰীৰ ওপৰৰ অংশ কাপোৰ সম্পূৰ্ণকৈ খুলি অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰে৷

লগতে পঢ়ক বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

প্ৰতিবাদকাৰী যুৱতীগৰাকীৰ প্ৰায় অনাবৃত শৰীৰৰ বুকু আৰু পেটৰ তলৰ অংশত  ‘আমাক ধৰ্ষণ কৰা বন্ধ কৰক (Stop Raping Us) বুলি লিখা আছিল৷ আনহাতে, অনাবৃত পিঠিত ‘SCUM’ বুলি লিখা দেখা গৈছিল৷

পেণ্ট আৰু কোৰ্ট পিন্ধি অহা যুৱতীগৰাকীয়ে ৰেড কাৰ্পেটত পোৱাৰ পিছতে হঠাতে শৰীৰৰ কাপোৰ খুলি চিঞৰি চিঞৰি প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায়৷

যুৱতীগৰাকীয়ে হঠাতে শৰীৰৰ কাপোৰ খুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ এই অনাহূত পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে নিজৰ কোৰ্ট খুলি অনাবৃত যুৱতীগৰাকী শৰীৰটো ঢাকিবলৈ চেষ্টা কৰে৷

লগতে পঢ়ক স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

এই সমগ্ৰ ঘটনাটো ইদ্ৰিছ এলবা আৰু টিল্ডা ছুইণ্টনে অভিনয় কৰা জৰ্জ মিলাৰৰ থ্ৰী থাউজেণ্ড ইয়াৰ্ছ অৱ লংগিং নামৰ ছবিখন প্ৰিমিয়াৰৰ ৰেড কাৰ্পেটত সংঘটিত হয়৷ এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত ছবিখনৰ পৰিচালকসহ অভিনেতা-অভিনেত্ৰীসহ প্ৰায়সকল তাৰকা উপস্থিত আছিল৷

প্ৰকাশিত খবৰ মতে অৰ্ধ উলংগ গৈ প্ৰতিবাদ কৰা যুৱতীগৰাকী ইউক্ৰেইনৰ আছিল৷ ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ মহিলা-কিশোৰী-শিশুক ধৰ্ষণ কৰাৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে৷

লগতে পঢ়ক পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

উল্লেখ্য যে ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৫ সংখ্যক সংস্কৰণৰ মুকলি অনুষ্ঠানত লাইভ চেটেলাইট ভিডিঅ’ ভাষণৰ জৰিয়তে আৱেগিক ভাষণ দি চলচ্চিত্ৰ নিৰ্মাতাসকলক একনায়কত্ববাদীসকলৰ বিৰুদ্ধে মুক্তকণ্ঠে থিয় হ’বলৈ আহ্বান জনাইছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcannes film festival 2022
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য
ভাৰত

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

August 9, 2026
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?
বিশ্ব

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

August 9, 2026
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?
ভাৰত

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

August 9, 2026
Next Post
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.