• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬০০ বছৰৰ পাছত ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয় পুনৰ মুকলি…

১৬০০ বছৰৰ পাছত ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয় পুনৰ মুকলি…

2 years ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

45 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

1 hour ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

2 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

3 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

4 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

5 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬০০ বছৰৰ পাছত ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয় পুনৰ মুকলি…

editor by editor
June 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, শিক্ষা
0
১৬০০ বছৰৰ পাছত ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয় পুনৰ মুকলি…
0
SHARES
534
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬০০ বছৰৰ পাছত ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয় পুনৰ মুকলি…

বুধবাৰ ১৯ জুন তাৰিখে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কাৰ্যসূচীত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ১৭খন দেশৰ ৰাষ্ট্ৰদূতসকলে অংশগ্ৰহণ কৰে। পুৱা ১০.৩০ বজাত প্রধানমন্ত্রীয়ে বিশ্ববিদ্যালয়খন উদ্বোধন কৰে। বিশ্ববিদ্যালয়খন উদ্বোধনৰ লগে লগে বিহাৰেও নিজৰ হেৰুৱা ঐতিহ্য পুনৰ লাভ কৰিবলৈ সক্ষম হয়।

উদ্বোধনীৰ পূৰ্বে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নলন্দা বিশ্ববিদ্যালয়ৰ ছবি শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগতে তেওঁ লিখে, “আজি আমাৰ শিক্ষা খণ্ডৰ বাবে এক অতি বিশেষ দিন। আজি পুৱা প্ৰায় ১০:৩০ বজাত ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰা হ’ব। আমাৰ গৌৰৱময় ইতিহাসৰ সৈতে নালন্দাৰ গভীৰ সম্পৰ্ক আছে।”

বিহাৰত সম্পূৰ্ণ হোৱা নালন্দা বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ নালন্দাৰ প্ৰাচীন ধ্বংসাৱশেষৰ স্থানৰ ওচৰত। এই বিশ্ববিদ্যালয়খন নালন্দা বিশ্ববিদ্যালয় আইন, ২০১০ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল। এই আইনত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে ২০০৭ চনত ফিলিপাইনছত অনুষ্ঠিত দ্বিতীয় পূব এছিয়া সন্মিলনত লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছিল। এই বিশ্ববিদ্যালয়ত বিহাৰৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে বহু ধৰণৰ পাঠ্যক্ৰম অধ্যয়নৰ সুযোগ পাব।

https://x.com/narendramodi/status/1803262253631721719

উল্লেখ্য যে পঞ্চম শতিকাত নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ পঢ়া-শুনাৰ বাবে আহিছিল। এই বিশ্ববিদ্যালয়খনে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছিল আৰু শিক্ষাৰ সৰ্ববৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল।

বিশেষজ্ঞসকলৰ মতে দ্বাদশ শতিকাত আগ্ৰাসীসকলে বিশ্ববিদ্যালয়খন ধ্বংস কৰি দিয়ে। ইয়াৰ পূৰ্বে ৮০০ বছৰ ধৰি বিশ্বৰ ভিতৰতে অন্যতম হিচাপে জাতিষ্কাৰ হৈ আছিল। নতুন বিশ্ববিদ্যালয়খনে ২০১৪ চনত ১৪ জন ছাত্ৰ-ছাত্ৰীৰে এটা অস্থায়ী চৌহদত পাঠদান আৰম্ভ কৰিছিল। ২০১৭ চনৰ পৰা আৰম্ভ হৈছিল বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য।

ভাৰতৰ বাহিৰেও ১৭খন দেশ এই বিশ্ববিদ্যালয়ৰ অংশীদাৰ। এই দেশসমূহৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, বাংলাদেশ, ভূটান, ব্ৰুনাই দাৰুছালাম, কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, লাওছ, মৰিচাছ, ম্যানমাৰ, নিউজিলেণ্ড, পৰ্তুগাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনাম। এই দেশসমূহে বিশ্ববিদ্যালয়খনৰ সমৰ্থনত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Education Institutenalanda UniversityuniversityViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?
জীৱনশৈলী

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

May 26, 2026
Next Post
চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা

চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা

কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.