• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাকেৰে দিয়া হ’ব বুষ্টাৰ ড’জ? নাকেৰে বেজী দিয়া হ’ব নে কেৱল দুটা টোপাল! সবিশেষ…

নাকেৰে দিয়া হ’ব বুষ্টাৰ ড’জ? নাকেৰে বেজী দিয়া হ’ব নে কেৱল দুটা টোপাল! সবিশেষ…

4 years ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

35 minutes ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

1 hour ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

2 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

3 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

4 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

14 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

15 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

15 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

16 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

17 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

17 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাকেৰে দিয়া হ’ব বুষ্টাৰ ড’জ? নাকেৰে বেজী দিয়া হ’ব নে কেৱল দুটা টোপাল! সবিশেষ…

editor by editor
December 25, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
নাকেৰে দিয়া হ’ব বুষ্টাৰ ড’জ? নাকেৰে বেজী দিয়া হ’ব নে কেৱল দুটা টোপাল! সবিশেষ…
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কভিডৰ ভয়াৱহতা পুনৰ বৃদ্ধি পোৱাৰ লগে লগেই ভেকচিনৰ প্ৰসংগও উত্থাপিত হৈছে৷ যি সকলে কেৱল ভেকচিনৰ দুটা ড’জ লৈছিল তেওঁলোকে বুষ্টাৰ ড’জ লোৱাটোও বাধ্যতামূলক বুলি জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে৷ কিন্তু এইবাৰ কেনেকৈ দিয়া হ’ব এই ভেকচিন সেই বিষয়টোৱেহে সমগ্ৰতে চৰ্চা লাভ কৰিছে৷ কিয়নো এইবাৰ বুষ্টাৰ ড’জ নাকেৰে দিয়া হ’ব৷ নাকেৰে কেনেকৈ দিব, সেই বিষয়টোক লৈ সংকিত হৈ পৰিছে সাধাৰণ জনতা৷

চৰকাৰে আজিৰে পৰাই প্ৰাপ্তবয়স্কসকলক বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰিছে৷ কিন্তু নাকেৰে কেনেকৈ দিয়া হৈছে এই বুষ্টাৰ ড’জ? ভাৰতত তৈয়াৰ কৰা এই বুষ্টাৰ ড’জ দুই টোপাল নাকেৰে দিয়া হ’ব৷ nasal vaccine iNCOVACC আজিৰে পৰা ক’উইন এপযোগে বুক কৰিব পাৰিব৷

ভাৰত বায়টেকে প্ৰস্তুত কৰা এই নজেল ড’জ ইনকোভাচি ভেকছিন প্ৰথমে এটা ব্যক্তিগত কেন্দ্ৰত উপলব্ধ হ’ব। যিসকলে ইতিমধ্যে কভিশ্বিল্ড বা কভাক্সিন ভেকচিন লৈছে তেওঁলোকে হেটেৰোলোগাছ বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰে। এই ভেকছিন ল’বলৈ পূৰ্বৰ দুটা ভেকচিন লোৱাটো বাধ্যতামূলক৷ উল্লেখ্য যে বেজী অবিহনে দিয়া হ’ব এই বুষ্টাৰ ড’জ৷ এই ভেকছিন বিগত নৱেম্বৰৰ পৰা সীমিত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভাৰতীয় ঔষধ নিয়ন্ত্ৰকে অনুমোদন জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক
জীৱনশৈলী

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

July 12, 2026
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
Next Post
দেৱলীনা অন্তঃসত্ত্বা সেয়ে খৰধৰকৈ বহিল বিয়াত! কি কয় দেৱই…

দেৱলীনা অন্তঃসত্ত্বা সেয়ে খৰধৰকৈ বহিল বিয়াত! কি কয় দেৱই...

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ'?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.