• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক

তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক

5 years ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

25 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

4 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

5 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক

editor by editor
August 21, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
তালিবানক সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ১৪জন লোক
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কুখ্যাত তালিবানৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলোৱা ১৪ গৰাকী অসমৰ যুৱকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ ৰাজ্যৰ ১০খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে যুৱককেইজনক৷ ১৭ টা ফেচবুক প্ৰফাইল চিনাক্ত কৰি ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ হৈছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, মৌলানা৷ মঙলদৈৰ পৰা গ্ৰেপ্তাৰ হৈছে মৌলানা ফজলুল কৰিম কাছিমি৷ কাছিমিৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত তালিবানৰ বিষয়সমূহ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জমিয়টত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ উপৰি AIUDFৰ সম্পাদকৰ দায়িত্বত আছে মৌলানা ফজলুল কৰিম কাছিমি৷ ডবকাত গ্ৰেপ্তাৰ মৌলানা বচিৰ উদ্দিন লস্কৰ৷ অৱসৰপ্ৰাপ্ত শিক্ষক বচিৰ উদ্দিন লস্কৰ৷ তালিবানক সমৰ্থনৰ অপৰাধত গ্ৰেপ্তাৰ ধুবুৰীৰ ছৈয়দ আহমেদ আৰু আৰমান হুছেইন৷ তালিবানক সমৰ্থন কৰি আৰক্ষীৰ জালত মেডিকেলৰ ছাত্ৰ৷ হাইলাকান্দি আৰক্ষীয়ে আটক কৰিছে তালিবানৰ উগ্ৰ সমৰ্থক তেজপুৰ মেডিকেল কলেজৰ ছাত্ৰ নাদিম আখতাৰক৷ তৃতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰগৰাকীয়ে৷ ছ’চিয়েল মিডিয়াত তালিবানক লৈ প্ৰচাৰ কৰিছিল এটা ভিডিঅ’৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমানলৈকে গ্ৰেপ্তাৰ হৈছে ১৪গৰাকী লোক৷ অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ গ্ৰেপ্তাৰ কৰা লোকসকলক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

@assampolice has arrested 14 persons for social media posts regarding Taliban activities that have attracted provisions of law of the land.People are advised to be careful in posts/likes etc on social media platforms to avoid penal action @CMOfficeAssam @DGPAssamPolice @HMOIndia pic.twitter.com/iQaKTXP74x

— GP Singh (@gpsinghips) August 21, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 14 people arrestasom live 24assam live 24assam policeaxom live 24taliban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
Next Post
বৰ্তমান সুৰক্ষিত কাবুলত অপহৃত ১৫০ গৰাকী ভাৰতীয়

বৰ্তমান সুৰক্ষিত কাবুলত অপহৃত ১৫০ গৰাকী ভাৰতীয়

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.