• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড নিয়ন্ত্ৰণৰ নামত মৰিয়নি প্ৰশাসনৰ টোঘলকী কাণ্ড

কোভিড নিয়ন্ত্ৰণৰ নামত মৰিয়নি প্ৰশাসনৰ টোঘলকী কাণ্ড

5 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

43 minutes ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

2 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

13 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

14 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

17 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

18 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোভিড নিয়ন্ত্ৰণৰ নামত মৰিয়নি প্ৰশাসনৰ টোঘলকী কাণ্ড

editor by editor
July 22, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী
0
কোভিড নিয়ন্ত্ৰণৰ নামত মৰিয়নি প্ৰশাসনৰ টোঘলকী কাণ্ড
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিড নিয়ন্ত্ৰনৰ নামত জিলা প্ৰশাসনৰ টোঘলকী কাণ্ড। মৰিয়নি- মোককচাং পথ বন্ধ কৰাৰ বিপৰীতে খোলা আছে মৰিয়নি- তুলি পথ। ধনৰ বিনিময়ত আৰক্ষীয়ে পাৰ কৰে গাড়ী। কোভিড সংক্ৰমন নিয়ন্ত্ৰনৰ নামত মৰিয়নিত আৰক্ষী আৰু প্ৰশাসনৰ পক্ষপাতিত্বমূলক কৰ্মকাণ্ডই সৰ্বসাধাৰন ৰাইজক ক্ষুব্ধ কৰি তুলিছে। কোভিড সংক্ৰমণৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ মাজতে শাসকীয় দল বিজেপিৰ সভাক লৈ মৌন আৰক্ষী আৰু প্ৰশাসনে খাতিখোৱা সৰ্বসাধাৰন ৰাইজৰ ক্ষেত্ৰত কিন্তু কঠোৰ। ৰেড জ’ন যোৰহাট জিলাত প্ৰশাসনে আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ লগতে যোৱা ১৭ জুলাইৰ পৰা মৰিয়নি-মোককচাং আন্তঃৰাজ্যিক পথত যাতায়ত বন্ধ কৰিছে। এই সময়ত মৰিয়নি-মোককচাং পথেৰে নাগালেণ্ডলৈ সামগ্ৰী সৰবৰাহ বন্ধ কৰিছে যদিও নাগালেণ্ডলৈ যোৱা মৰিয়নি-তুলি পথতো খোলা ৰাখিছে। ১৭জুলাইৰ পৰা জিলা প্ৰশাসনে নিউ সোনোৱাল খণ্ড বন কাৰ্যালয়ৰ সমীপত আৰক্ষীৰ উপৰি অৰ্ধ সামৰিক বাহিনী আৰু বেটেলিয়ান কামাণ্ডোৰ জোৱান মোতায়ন কৰি নাগালেণ্ডলৈ যাতায়ত বন্ধ কৰিছে। কিন্তু সমান্তৰালভাৱে যোৰহাট মৰিয়নিৰ পৰা আমগুৰি তুলি হৈ নাগালেণ্ডলৈ অবাধ হাৰত যান-বাহন চলাচলৰ লগতে সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। এতিয়া প্ৰশ্ন হ’ল ৰেড জ’ন যোৰহাট জিলাৰ পৰা মৰিয়নি হৈ নাগালেণ্ডলৈ যাতায়ত বন্ধ কৰা যোৰহাট জিলা প্ৰশাসনে যোৰহাট মৰিয়নিৰ পৰা আমগুৰি তুলি পথেৰে যাতায়ত কিয় বাহাল ৰাখিছে ? ইফালে, উদক ভেটা ৰখীয়া পতাৰ দৰে মৰিয়নি মোককচাং পথত কৰ্তব্যৰত আৰক্ষীয়ে ধনৰ বিনিময়ত সামগ্ৰীবাহী ট্ৰাক, পিক-আপ আদি পাৰ কৰোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। আজি সন্ধ্যা ৬ বজাত NL03-A-2239 নম্বৰৰ  সামগ্ৰীবাহী এখন ট্ৰাক  আৰক্ষীয়ে যাবলৈ দিয়ে। একেদৰে মৰিয়নিৰ সীমাত জাঁজী নদীৰ কাষত আন্তঃজিলা যাতায়াতৰ বন্ধ কৰিবৰ থকা একাংশ আৰক্ষী আৰু গৃহৰক্ষীয়ে ধনৰ বিনিময়ত নিশা গাড়ীসমূহ পাৰ কৰাই অহাৰ অভিযোগ উত্থাপিত হৈছে। আন্তঃজিলা যাতায়াত বন্ধ থকা সত্বেও মৰিয়নিৰ চেলেংহাটৰ পৰা শিৱসাগৰৰ আমগুৰি দিশত অব্যাহত আছে চোৰাং বালিৰ ডাম্পাৰকে ধৰি বিভিন্ন যান বাহনৰ চলাচল। জিলা প্ৰশাসন আৰু আৰক্ষীৰ এনে কাণ্ডত ক্ষুব্ধ ব্যৱসায় আৰু গাড়ী মালিকসকলৰ স্পষ্ট মতামত হ’ল কভিড বিধি সন্দৰ্ভত প্ৰশাসনৰ সকলো নিৰ্দেশ মানি প্ৰশাসনক সহযোগ কৰিব যদিও যোৰহাট জিলাৰ এটা পথ খোলা ৰাখি এটা পথ বন্ধ কৰা জিলা প্ৰশাসন আৰু আৰক্ষীৰ টোঘলকী কাণ্ডক  কোনোপধ্যেই মানি লোৱা নহ’ব বুলি ঘোষণা কৰিছে ব্যৱসায়ীসকলে।

দিপক দত্ত, অসম লাইভ-২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24mariyani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
ৰাজেন গোহাঁই, ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা

ৰাজেন গোহাঁই, ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা

কইনাই পিন্ধিলে মাস্কেৰে তৈয়াৰী গাউন

কইনাই পিন্ধিলে মাস্কেৰে তৈয়াৰী গাউন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.