• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজেন গোহাঁই, ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা

ৰাজেন গোহাঁই, ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা

5 years ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

14 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

14 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

15 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

16 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

16 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

17 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

19 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

19 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

20 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

20 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

21 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজেন গোহাঁই, ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা

editor by editor
July 22, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
ৰাজেন গোহাঁই, ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু ড০ ননী গোপাল মহন্তক মন্ত্ৰীৰ মৰ্যাদা দিয়ে কেবিনেটে। ৰাজেন গোহাঁইক কেবিনেট মন্ত্ৰীৰ আৰু ড০ মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। গোহাঁইক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ আৰু মহন্তক শিক্ষা উপদেষ্টা নিযুক্তি দিছে কেবিনেটে। ইয়াৰ উপৰিও আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

  • চৰকাৰী অনুষ্ঠান সমূহত যিহেতু চাহৰ সৈতে থলুৱা পিঠা-পনাৰে আপ্যায়নৰ ব্যৱস্থা আছে সেয়ে সান্দহগুৰিৰ জলপানেৰে আজিৰ কেবিনেটত আপ্যায়ন কৰা হয়।
  • একচনীয়া আৰু তৌজী পট্টা থকা লোকৰ বাবে PM কিষান নিধিৰ ধন আগবঢ়োৱা হ’ব।
  • বনাঞ্চল অধিকাৰ আইনৰ অধীনত যোগ্য কৃষকসকলে লাভ কৰিব চৰকাৰৰ
  • ভূমিহীন কৃষক,ক্ষুদ্ৰ চাহ খেতিয়কেও লাভ কৰিব PM কিষান নিধিৰ সুবিধা।
  • PM কিষান নিধিৰ ভুৱা হিতাধিকাৰীৰ নাম আতঁৰাই দিয়া হৈছে।
  • এতিয়াৰে পৰা প্ৰতিখন জিলাতে District Vigilance and Monitoring Committee গঠন হ’ব। এই কমিতিয়ে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত সামগ্ৰিক পৰিৱেশ পৰ্যায়লোচনা কৰিব। জিলা পৰিষদৰ সভাপতি হ’ব এই কমিতিৰ অধ্যক্ষ। লগতে সদস্য হিচাপে থাকিব বিভিন্ন বিভাগ আৰু প্ৰশাসনৰ বিষয়াসকল।
  • ব্লকসমূহতো District Vigilance and Monitoring Committee গঠন হ’ব।আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী এই কমিতিৰ অধ্যক্ষ হ’ব। বিডিঅ’ হ’ব এই কমিতিৰ উপাধ্যক্ষ।
  • নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত পূৰ্বতে থকা জটিলতা আঁতৰাই জিলা উপায়ুক্তসকলক নদীৰ পলসুৱা মাটি উঠোৱাৰ অনুমতি,আবণ্টনৰ কৰ্তৃত্ব কেবিনেটে প্ৰদান কৰিছে।
  • প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰতো কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৩ টা পৰ্যায়ত একোখনকৈ বিশেষ কমিতি গঠন।
  • প্ৰতিটো চৰকাৰী বিভাগত একোখনকৈ বিভাগীয় Finance কমিতি থাকিব। ২ কোটিলৈকে এই কমিতিয়ে যিকোনো প্ৰকল্পৰ অনুমোদন দিব পাৰিব।
  • Standing Finance কমিতিয়ে ২ কোটিৰ পৰা ১০ কোটিলৈকে প্ৰকল্পৰ অনুমোদন দিব পাৰিব।
  • Special Standing Finance কমিটিয়ে ১০ কোটিৰ পৰা ১০০ কোটিলৈকে প্ৰকল্পৰ অনুমোদন দিব পাৰিব।
  • প্ৰতি সোমবাৰে বিভাগীয় Finance কমিটিৰ বৈঠক হ’ব, মঙ্গলবাৰে Standing Finance কমিতিৰ বৈঠক হ’ব আৰু বৃহস্পতিবাৰে Special Standing Finance কমিতিৰ উচ্চস্তৰীয় বৈঠক হ’ব।
  • আজি কেবিনেটে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত দিয়া এক উত্তৰ অনুসৰি এতিয়াৰে পৰা এটা নতুন বিভাগ সৃষ্টি হ’ল। বিভাগটোৰ হৈছে Indigenous Tribal Faith & culture। ইয়াৰ অধীনত প্ৰত্নতত্ব বিভাগ, মিউজিয়াম আৰু পুৰাতত্ব বিভাগ অন্তৰ্ভুক্ত হ’ব।
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক Assam Food & Civil Supply corporation limitedৰ অধ্যক্ষ দিয়া হৈছে। তেখেতক কেবিনেট মৰ্যদা দিয়া হৈছে।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ননীগোপাল মহন্তক শিক্ষা বিভাগৰ উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে। তেওঁক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা দিয়া হৈছে।
  • জল-জীৱন মিছনৰ অধীনত বাগিছাৰ প্ৰতি ঘৰ শ্ৰমিকে লাভ কৰিব বিশুদ্ধ খোৱাপানীৰ যোগান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cabinetassam live 24axom live 24himanta biswa sharmanani gopal mahantarajen gohain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
Next Post
কইনাই পিন্ধিলে মাস্কেৰে তৈয়াৰী গাউন

কইনাই পিন্ধিলে মাস্কেৰে তৈয়াৰী গাউন

আজিৰে পৰা আৰম্ভ টকিঅ’ মহাৰণ

আজিৰে পৰা আৰম্ভ টকিঅ’ মহাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.