• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

9 months ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

4 minutes ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

50 minutes ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

2 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

2 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

3 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

3 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

4 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

4 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

5 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

6 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

6 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

editor by editor
June 21, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিল্কিৱেৰ ছায়াপথৰ ঠিক মধ্যমণি সেয়াই বিশাল কৃষ্ণগহ্বৰ বা ব্লেক হোল৷ তাক লৈ বিজ্ঞানীৰ গৱেষণাৰ অন্ত নাই৷ আৰু কিছু নতুন তথ্য ব্লেক হলক লৈ লাভ কৰিছে বিজ্ঞানীয়ে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নতুন গৱেষণাত এই সমস্ত তথ্য পোৱা গৈছে যি ব্লেক হোলক লৈ বিজ্ঞানীৰ বহু পুৰণি ধাৰণাও সলাই পেলাইছে৷ তেওঁলোকে জনাইছে যে মিল্কিৱেৰ ব্লেক হোল চাজিটাৰিয়াছ এ বা এছ জি আৰ এ সৰ্বোচ্চ গতিত নিৰন্তৰে পাক খাইছে নিজৰ অক্ষৰ চৌপাশে৷

ব্লেক হোল কি?

এক নক্ষত্ৰৰ মৃত্যুতেই মহাকাশত ব্লেক হোলৰ জন্ম লয়৷ এয়া অসীম এক অন্ধকাৰ গহ্বৰ৷ ব্লেক হোলৰ ক্ষমতা ইমানেই বেছি যে তাৰ মাজৰ পৰা পোহৰো বাহিৰলৈ ওলাব নোৱাৰে৷ ব্লেক হোলে গিলি পেলাব পাৰে আশে পাশে থকা সৰু বৰ বহু নক্ষত্ৰকো৷ ইয়াৰ মাজৰ পোহৰ বাহিৰলৈ ওলাব নোৱাৰে বাবেই বিজ্ঞানীৰ ওচৰত ব্লেক হোল এতিয়াও এক বিৰাট ৰহস্য৷ বহুতেই কয়, ব্লেক হোলৰ ৯৯শতাংশই এতিয়াও অজানা৷ আমাৰ পৃথিৱী আৰু সৌৰজগত যি ছায়াপথৰ মাজত আছে তাৰ মাজৰ ব্লেক হোলটোৰ নাম এছ জি আৰ এ৷ ইয়াৰ ভৰ সূৰ্যৰ ভৰতকৈ ৪৩ লাখ গুণ বেছি৷ সহজ কথাত এই ব্লেক হোলৰ মাজত সোমাই পৰিব পাৰে প্ৰায় ৪৩ লাখ সূৰ্য৷ পৃথিৱীৰ পৰা এই ব্লেক হোলৰ দূৰত্ব প্ৰায় ২৬ হাজাৰ আলোকবৰ্ষ৷ সাধাৰণতে এক ছেকেণ্ডত তিনি লাখ কিঃমিঃ দূৰলৈ যাব পাৰে পোহৰ৷ পদাৰ্থবিদ্যাৰ হিচাপে সৰ্বোচ্চ গতি এটাই৷ পোহৰতকৈ দ্ৰুতগতিত একোৱেই যাত্ৰা কৰিব নোৱাৰে৷ মিল্কিৱেৰ ব্লেক হোলৰ ঘূৰ্ণন গতিও পোহৰৰ সমান বুলিয়েই ধাৰণা কৰা হৈছে৷

কেনেকৈ চলিছে এই গৱেষণা

ব্লেক হোল পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে ইভেণ্ট হৰাইজন টেলিস্কোপ৷ কৃষ্ণগহ্বৰৰ স্পষ্ট ছবি তোলাৰ বাবে বছৰৰ পাছত বছৰ ধৰি কাম কৰি চলিছে এই টেলিস্কোপ৷ যি ছবি তোলা হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সাহায্যত তাৰ বাখ্যা কৰিছে বিজ্ঞানীয়ে৷ ব্লেক হোলৰ এখন ভাৰ্ছুৱেল ছবি এ আইৰ মাধ্যমেৰে আগবঢ়োৱা হৈছে৷ নেদাৰলেণ্ডছৰ ৰাডবোৰ্ড বিশ্ববিদ্যালয় আৰ জাৰ্মানীৰ মেক্স প্লেঙ্ক ইনষ্টিটিউট ফৰ ৰেডিঅ’ এষ্ট্ৰোনমিৰ গৱেষক দলৰ এই সংক্ৰান্তিয় সাম্প্ৰতিক পৰ্যবেক্ষণ এষ্ট্ৰোনমি এণ্ড এষ্ট্ৰোফিজিক্স পত্ৰিকাত প্ৰকাশিত হৈছে৷

কি কি তথ্য লাভ?

পৰ্যবেক্ষণে কৈছে, পদাৰ্থবিদ্যাৰ হিচাপত সৰ্বোচ্চ গতিত ঘূৰিছে মিল্কিৱেল ব্লেক হোল৷ তাৰ ঘূৰ্ণন অক্ষটোৱে পৃথিৱীৰ দিশক নিৰ্দেশ কৰিছে৷ ব্লেক হোলৰ চাৰিওফালে যি আভা দেখা গৈছে সেয়া তৈয়াৰ হৈছে গৰম ইলেকট্ৰনৰ প্ৰভাৱত৷ ব্লেক হোলটোৰ চাৰিওফালে যি চৌম্বকীয় ক্ষেত্ৰত আছে সেই সম্বন্ধেও বিজ্ঞানীসকলৰ প্ৰচলিত ধাৰণা সলনি হৈছে নতুন পৰ্যবেক্ষণত৷

পৃথিৱীৰ পৰা ৫.৫ কোটি আলোকবৰ্ষ দূৰৈত অন্য এক ছায়াপথৰ মাজত আছে প্ৰকাণ্ড ব্লেক হোল এম ৮৭৷ ই এইছ টি টেলিস্কোপৰ সহায়ত নজৰ ৰখা হৈছে ইয়াৰ ওপৰত৷ এই মিল্কিৱেৰ এছ জি আৰ এৰ আকাৰ কেইবা হাজাৰ গুণ ডাঙৰ৷ এবাৰতেই গিলি দিব পাৰে তিনি হাজাৰ কোটি সূৰ্যক৷ কিন্তু বিস্ময়ৰ বিষয় হৈছে এই ব্লেক হোলটোৰ ঘূৰ্ণন গতি মিল্কিৱেৰ ব্লেক হোলতকৈ বহু কম৷ বিজ্ঞানীৰ ধাৰণা, এয়া আৰু এটা অতিকায় ব্লেকহোলৰ সৈতে মিলি গৈছে৷ বিজ্ঞানী আশাবাদী যে, ভৱিষ্যতে ডাঙৰ আকাৰৰ টেলিস্কোপেৰে আৰু দূৰৈৰ ব্লেক হোলক লৈ গৱেষণা চলাব বিজ্ঞানীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
Next Post
আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.