• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- ‘মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা’

চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- ‘মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা’

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

1 hour ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

1 hour ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

2 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

3 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

4 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

5 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

6 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

6 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

7 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

8 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

8 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- ‘মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা’

editor by editor
April 4, 2024
in বিশ্ব
0
চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- ‘মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা’
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- ‘মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা’

১০ বছৰীয়া এগৰাকী কনমানিৰ জীৱনৰ কৰুণ তথা জীয়া কাহিনী। যি কাহিনী লিখি বিশ্ববাসীৰ সমুখলৈ আহিছিল নুজদ আলী নামৰ কনমানিগৰাকী। ১০ বছৰ বয়সত কিতাপ-খেলৰ পৰা বহু দূৰত থাকি জীৱনৰ পাঠ পঢ়িছিল।

১৯৯৮ চনত য়েমেনত জন্মগ্ৰহণ কৰা নুজদৰ আছিল সুখেৰে ভৰা পৰিয়াল। বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণো কৰিছিল নুজদে। তেতিয়া বয়স মাত্ৰ ৯ বছৰ। জীৱন কি ভালদৰে বুজিয়ে উঠা নাছিল।

কিন্তু সেই ৯ বছৰ বয়সতে ২০০৮ চনত বিদ্যালয়ৰ কিতাপ আৰু খেল ধেমালি সকলো ত্যাগ কৰি বিবাহৰ বাবে জোৰ দিয়ে পিতৃয়ে। বিবাহো এনে ব্যক্তিৰ সৈতে যাৰ বয়স নুজদতকৈ ৩ গুণ ডাঙৰ। তথাপি সেই চনৰে ফেব্ৰুৱাৰীত বিয়া হৈ যায় নুজদৰ।

নুজদৰ পিতৃয়ে এক মোটা ধনৰ বিনিময়ত একপ্ৰকাৰ বিক্ৰী কৰাৰ দৰে টকা লৈ বিয়া দিয়ে সেই বহুত ডাঙৰ ব্যক্তিগৰাকীলৈ। বিয়াৰ পাছতে নুজদৰ স্বামীয়ে নিয়মিত ৰূপত অকথ্য নিৰ্যাতন চলাই।

নিতৌ ৯ বছৰীয়া নুজদক মাৰপিট কৰাৰ লগতে ধৰ্ষণ কৰিছিল সেই ৩ গুণ ডাঙৰ বয়সৰ লোকগৰাকীয়ে। নুজদে নিজৰ কিতাপখনত ব্যক্ত কৰা অনুসৰি, নুজদৰ কষ্ট আৰু বিষক আওকান কৰি কেৱল নিজৰ মনৰ মতেৰে কাম কৰি গৈছিল স্বামীয়ে। দুটা মাহ ধৰি নুজদে নিৰৱে সহ্য কৰি গৈছিল সকলো।

কিন্তু কনমানি শৰীৰে সহ্য কৰে কিমান। দুটা মাহৰ পাছত কোনোমতে সেই নৰকৰ পৰা পলাই পোনেই পাইছিল য়েমেনৰ ন্যায়লয়ৰ দুৱাৰ। কিয়নো ঘৰলৈ গলে পুনৰ পিতৃয়ে থৈ যাব পাৰে স্বামীৰূপী ৰাক্ষসৰ ওচৰত।

ন্যায়ালয়ৰ ওচৰত নুজদে ব্যক্ত কৰিছিল সকলো। তাৰ পাছতে সেই কনমানিৰ হৈ শাদা নশীৰ নামৰ অধিবক্তাই যুঁজ দি অৱশেষত সেই বিবাহৰ পৰা বিচ্ছেদ কৰাই মুক্ত কৰে। তেতিয়া নুজদৰ বয়স ১০ বছৰ।

কেৱল বিবাহ বিচ্ছেদ কৰাই নহয়, স্বামী আৰু পিতৃ দুয়োকে শাস্তি দিয়াৰ লগতে স্বামী আৰু পিতৃৰ পৰা মাহেকীয়া হিচাপত নিজে চলিব পৰাকৈ টকা লোৱাৰো ব্যৱস্থা কৰে।

২০১৪ চনত ডাঙৰ হোৱাৰ পাছত নুজদে পুনৰ বিবাহ কৰাই আৰু বৰ্তমানে দুগৰাকী কন্যা সন্তানৰ মাতৃ। ২০১৫ চনত নুজদে নিজৰ নামো সলাই , নুজদ যাৰ অৰ্থ লুকাই থকাৰ পৰা ‘নোজুম’ -আকাশৰ তৰা কৰি লয়।

উল্লেখ্য যে, য়েমেনত এতিয়াও বাল্য বিবাহ বৈধ। দেশ খনত বিবাহৰ ক্ষেত্ৰত নাই কোনো নিৰ্দিষ্ট বয়সক লৈ সীমা। যাৰ পৰিণতিতে কেৱল নুজদেই নহয় তেনে বহু নুজদ আছে যিয়ে এনে ভয়াৱহ পৰিস্থিতিৰ সন্মুখিন হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveChild ArtistNujood AliYemen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
Next Post
ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ

ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ

সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.