• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ, এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ’ব এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা

2 years ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

39 minutes ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

49 minutes ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 hour ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

12 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

16 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ, এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ’ব এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা

editor by editor
June 12, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
আজি দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ, এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ’ব এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা
0
SHARES
393
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ, এখন ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হ’ব এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা

আজি অন্দ্ৰপ্ৰদেশ আৰপ ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে নতুন কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ওড়িশাত ২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব বিজেপিৰ মোহন চৰণ মাঝীৰ ৰূপত। আনহাতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিব তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে।

ইয়াৰ লগতে অন্ধ্ৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব এগৰাকী ছুপাৰষ্টাৰে। দক্ষিণৰ অতিকে জনপ্ৰিয় অভিনেতাগৰাকীয়ে অভিনয় এৰি ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ পাছত এতিয়া উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণে উপ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত। আজি একেলগে শপত পাঠ পঢ়িব পৱন কল্যানেও। এটা সময়ত ছবিজগতত দপদপাই থকা পৱন কল্যাণে এতিয়া ৰাজনীতিৰ পথাৰত দপদপনি চলাব।

বুধবাৰে আজি চতুৰ্থবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু বুণ্ডী সঞ্জয় কুমাৰৰ লগতে আন বহু নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মঙলবাৰে সন্ধিয়া নিজেই হায়দৰাবাদত উপস্থিত হৈছে অমিত শ্বাহ আৰু জে পি নাড্ডাই।

চন্দ্ৰবাবু নাইডুৱে নিশা ১১.২৭ বজাত বিজয়াৱাড়াৰ উপকণ্ঠ অঞ্চলৰ কেছাৰপল্লীৰ গন্নাৱৰাম বিমানবন্দৰৰ বিপৰীতে মেধা আই টি পাৰ্কৰ সমীপত শপত গ্ৰহণ কৰিব।

আনহাতে আজিৰ একেটা দিনতে ওড়িশাৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ পঢ়িব মোহন চৰণ মাঝীয়ে। দিনৰ ২.৩০ বজাত আৰম্ভ হব এই শপত গ্ৰহণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

নবীন পাটনায়কে ২৪ বছৰ ৯৮ দিন অবিৰতভাৱে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এতিয়া ওড়িশাবাসীয়ে ২৪ বছৰৰ মূৰকত পাব মোহন চৰণ মাঝীৰ ৰূপত নতুন মুখ্যমন্ত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: andhra pradeshIndian PoliticsNew CmOrissaOrissa New CMPawan Kallyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
Next Post
ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন