• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত

২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত

1 year ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

10 minutes ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

1 hour ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

6 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

7 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

8 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

9 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

9 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

10 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

10 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত

editor by editor
November 5, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত

পেৰিছত অনুষ্ঠিত হৈছিল অলিম্পিক ২০২৪। ইয়াৰ পিছত পৰৱৰ্তী অলিম্পিক অৰ্থাৎ ২০২৮ আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ২০৩২ বৰ্ষৰ বাবেও দেশ আৰু চহৰখন কি কি হব সেই বিষয়েও সিদ্ধান্ত লোৱা হৈছে।

কিন্তু ২০৩৬ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছ ক’ত অনুষ্ঠিত হ’ব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। এতিয়া সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ভাৰতে ২০৩৬ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক আয়োজন কৰাৰ বাবে প্ৰস্তাৱ ৰাখিছে।

অৱশ্যে, ভাৰতত অনুষ্ঠিত হৈ থকা অলিম্পিক ২০৩৬ৰ খবৰ পোহৰলৈ অহাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত কিছু বাতৰি ওলাইছিল, য’ত কোৱা হৈছিল যে ২০৩৬ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ বাবে ভাৰত আগবাঢ়ি আহিব পাৰে।

সংবাদ সংস্থা প্ৰকাশিত এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি ভাৰতে ২০৩৬ চনৰ অলিম্পিকৰ বাবে নিবিদা দাখিল কৰিছে। ভাৰতীয় অলিম্পিক সন্থাই ২০২৪ চনৰ ১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীক আনুষ্ঠানিকভাৱে উদ্দেশ্য পত্ৰ দাখিল কৰাৰ লগে লগে ভাৰতৰ অলিম্পিক আয়োজনৰ সম্ভাৱনা বৃদ্ধি পাইছে।

ভাৰতে যোৱা বছৰ অৰ্থাৎ ২০২৩ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ১৪১ সংখ্যক অধিবেশন আয়োজন কৰিছিল। এই অধিবেশন তিনিদিন ধৰি চলিছিল, যাৰ উদ্বোধনী অধিবেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

ইয়াৰ পিছত ১৫ আগষ্ট উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ লালকিল্লাৰ পৰা ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ সংকল্প পুনৰবাৰ উল্লেখ কৰিছিল।

অৱশ্যে মন কৰিবলগীয়া যে যিকোনো দেশেই অলিম্পিক আয়োজনৰ সুযোগ পাবলৈ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অলিম্পিক আয়োজনৰ সুযোগ লাভ কৰিবলৈ হ’লে প্ৰথম পদক্ষেপ হ’ল আগ্ৰহ প্ৰকাশ কৰা। এই ইচ্ছা ভাৰতৰ ফালৰ পৰা প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian OlympicolympicOlympic 2036
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি
বিনোদন

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

April 17, 2026
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
Next Post
অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত

বুধবাৰ কেনে হ’ব দিনটো? আপোনাৰ কৰ্মক্ষেত্ৰত আহিব পাৰে বৃহৎ পৰিবৰ্তন

বুধবাৰ কেনে হ’ব দিনটো? আপোনাৰ কৰ্মক্ষেত্ৰত আহিব পাৰে বৃহৎ পৰিবৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.