• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিজিটেল ইণ্ডিয়া : মাত্ৰ এটা ডিজিটেল লিংকতে সকলোবোৰ প্ৰমাণ পত্ৰ উপলব্ধ হ’ব!

4 years ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

50 seconds ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

22 minutes ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

1 hour ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

2 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

3 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

5 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

6 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডিজিটেল ইণ্ডিয়া : মাত্ৰ এটা ডিজিটেল লিংকতে সকলোবোৰ প্ৰমাণ পত্ৰ উপলব্ধ হ’ব!

editor by editor
January 31, 2022
in অসম, ভাৰত
0
ডিজিটেল ইণ্ডিয়া : মাত্ৰ এটা ডিজিটেল লিংকতে সকলোবোৰ প্ৰমাণ পত্ৰ উপলব্ধ হ’ব!
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু ইনফ’ৰ্মেশ্যন টেকন’লজি মন্ত্ৰণালয়ে এক নতুন পদক্ষেপ লোৱাৰ চিন্তা চৰ্চা কৰিছে৷

দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি মন্ত্ৰণালয়ে এটা ডিজিটেল লিংকতে নাগৰিকৰ সকলোবোৰ প্ৰমাণ পত্ৰৰ তথ্য সংলগ্ন কৰিব৷

মন্ত্ৰণালয়ে একেটা ডিজিটেল লিংকতে চালকৰ অনুজ্ঞাপত্ৰ, পাছপ’ৰ্ট, পান কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে অন্যান্য প্ৰমাণ পত্ৰৰো তথ্যসমূহ সংলগ্ন কৰাৰ পৰিকল্পনা কৰিছে৷

কেন্দ্ৰীয় চৰকাৰে এক নতুন ডিজিটেল আৰ্কাইভৰ দৰে এক ব্যৱস্থা কৰি এজন ব্যক্তিৰ সকলোবোৰ চৰকাৰী প্ৰমাণ পত্ৰ একেটা লিংকতে মজুত ৰখাৰ বাবেই এই পৰিকল্পনা কৰা বুলি প্ৰকাশ পাইছে৷

সেই অনুসৰি প্ৰতিজন লোককে এটা ইউনিক আইডি নম্বৰ দিয়া হ’ব যিটোক হয়তো ডিজিটেল আইডি কাৰ্ড বুলি ধৰা হ’ব৷ এই নম্বৰটোৰ দ্বাৰাই লোকজনৰ একেটা লিংকতে সকলোবোৰ প্ৰমাণ পত্ৰ আৰ্কাইভ কৰা হ’ব আৰু লোকজনে কি কামত কি প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিব তাত উপলব্ধ এক অপচনৰ জৰিয়তে সেয়া বাছনি কৰিব পাৰিব৷

সূত্ৰটোৰ মতে ইয়াক ফেডাৰেল ডিজিটেল আইডেন্টিটিৰ দৰে ব্যৱহাৰ কৰি ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা সকলো নথি তথা প্ৰমাণ পত্ৰ মজুত কৰাৰ পৰিকল্পনা কৰা হৈছে৷ অৰ্থাৎ KYCৰ দৰেই ইয়াক ব্যৱহাৰ কৰিব পৰা যাব৷

এই সমগ্ৰ প্ৰক্ৰিয়াটো ইণ্ডিয়া এণ্টাৰপ্ৰাইজ আৰ্কিটেকচাৰ(IndEA)ৰ অধীনত সম্পাদন কৰা হ’ব৷ মন্ত্ৰণালয়ে অহা ফেব্ৰুৱাৰি মাহত এই ব্যৱস্থাটো ৰাজহুৱা ক্ষেত্ৰৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aadhar cardasom live 24assam live 24axom live 24digital IDdigital indiapan cardpassport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

March 30, 2026
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
Next Post
বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন