উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

আমি যি বতাহেৰে শ্বাস প্ৰশ্বাস লওঁ সেয়া চিৰস্থায়ী বুলিয়েই ধৰি লওঁ৷ পুৱাই টোপনিৰ পৰা উঠি এক নিঃশ্বাস পেলোৱাৰ সময়ত কোনোৱে নাভাৱো কাইলৈৰ বাবেও অক্সিজেন থাকিবনে? কিন্তু নাছাৰ উদ্যোগত ইউনিভাৰ্ছিটি অফ জৰ্জিয়া টেকৰ গৱেষকসকলে নতুন এক গৱেষণাত জনাইছে যে পৃথিৱীৰ অক্সিজেনসমৃদ্ধ বায়ুমণ্ডল প্ৰকৃততে গ্ৰহটোৰ ইতিহাসত এক সাময়িক অধ্যায় এয়া চূড়ান্ত নহয়৷

পৃথিৱীৰ জলবায়ু, ৰসায়ন আৰু জীৱনৰ পাৰস্পৰিক সম্পৰ্ক বিশ্লেষণ কৰিবলৈ গৱেষকে এক উন্নত অৰ্থ চিষ্টেম মডেল ব্যৱহাৰ কৰিছে আৰু ৪লাখতকৈ বেছি কম্পিউটাৰ চিমুলেছন চলাইছ৷ তেওঁলোকৰ হিচাপ অনুসৰি আজিৰ দৰে অন্তত বৰ্তমান স্তৰৰ ১ শতাংশ অক্সিজেন বজায় ৰাখিব পাৰিব পৃথিৱীয়ে গড়ে প্ৰায় ১০৮ কোটি বছৰ৷ এই সময়সীমা গড়ে ১.০৮ বিলিয়ন বছৰ হলেও কিছু অনিশ্চয়তাও আছে৷

ইয়াৰ পাছত পৰিবৰ্তন হ’ব দ্ৰুত, ভূতাত্ত্বিক সময়ৰ মানদণ্ড৷ মডেলে কৈছে, এবাৰ ডি অক্সিজেনছন বা অক্সিজেন হ্ৰাসৰ প্ৰক্ৰিয়া আৰম্ভ হলে বায়ুমণ্ডলৰ অক্সিজেন হঠাতেই নামি যাব সেই স্তৰলৈ৷ যি আছিল গ্ৰেট অক্সিডেছন ইভেণ্টৰ পূৰ্বৰ পৃথিৱীত৷ সেই সময়তেই পৃথিৱী আছিল মূলত অক্সিজেনবিহীন, য’ত অক্সিজেন ব্যৱহাৰ নকৰা অণুজীৱই আধিপত্য কৰিছিল৷

এই সুদূৰ ভৱিষ্যতৰ পৰিবৰ্তনৰ আঁৰৰ কাৰণত কোনো প্ৰদূষণ, বন ধ্বংস বা মানৱ কৰ্মকাণ্ডও নহয়৷ মূল চালিকা শক্তি হৈছে সূৰ্যৰ ধীৰে ধীৰে উজ্জ্বল হৈ উঠা প্ৰক্ৰিয়া৷ কেইবাশ মিলিয়ন বছৰত সূৰ্যৰ বিকিৰণ বাঢ়ি থাকিলে পৃথিৱীৰ দীৰ্ঘম্যাদি কাৰ্বন চক্ৰত বৃহৎ পৰিবৰ্তন আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *