শেহতীয়া সংযোজন

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

অসম লাইভ২৪ঃ 'ইনষ্টাগ্ৰাম কৰিব নোৱাৰিবা...’ নৱবিবাহিতা পত্নীক ইনষ্টাগ্ৰাম ব্যৱহাৰত বাধা দিছিল স্বামীৰ লগতে শহুৰৰ পৰিয়ালে। কিন্তু নৱবিবাহিতা নাচোড়বান্দা। ইনষ্টাগ্ৰাম কোনো...

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

অসম লাইভ২৪ঃ ১৬ সংখ্যক আইপিএল শেষ হোৱাৰ পাছতেই দেশজুৰি অব্যাহত আছে ধোনীৰ চৰ্চা। এই আইপিএলত ধোনীৰ দল চেন্নাই চুপাৰ কিংছেই...

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

অসম লাইভ২৪ঃ ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল। পুৱাৰে পৰাই স্বীকৃতি বাতিলৰ খবৰে শিৰোনাম দখল কৰিছে। কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে...

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

অসম লাইভ২৪ঃ ২৩ এপ্ৰিলৰ পৰা যন্তৰ-মন্তৰত ধৰ্ণা দি আছিল মল্লযুঁজাৰুসকলে। দিল্লী আৰক্ষীৰ হস্তক্ষেপত অৱশেষত এই ধৰ্ণাৰ অন্ত পৰিল। ২৮ এপ্ৰিলত...

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

অসম লাইভ২৪ঃ হৃদয়খনহে প্ৰধান, মুখমণ্ডলৰ সৌন্দৰ্য খন্তেকীয়া। এই কথাৰ অনন্য প্ৰমাণ লক্ষ্মী আগৰৱালা। লক্ষ্মী আগৰৱালা দিল্লীৰ বাসিন্দা। মধ্যবিত্ত পৰিয়ালৰ সন্তান...

Page 2722 of 3938 1 … 2,721 2,722 2,723 … 3,938