শেহতীয়া সংযোজন

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

সোণতলীৰ পৰা নয়ান আলীঃ দক্ষিণ কামৰূপৰ জোৰশিমুলীত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা হানি নাৰীদেহ ব্যৱসায়ত জৰিত...

এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাজ্যত বাস কৰা মাৰোৱাৰী আৰু বিহাৰী সম্প্ৰদায়ৰ লোকসকলক বহাগ বিহু পাতিবলৈ আহ্বান জনাইছে৷...

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে দৃষ্টান্তমূলক প্ৰদৰ্শন কৰাৰ পিছতে দলটোৰ ৰাজনৈতিক উচ্চাকাংশা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পিছতে দলটোৱে...

সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

দেশত কোভিডৰ নতুন ভেৰিয়েণ্ট এক্সএ আবিৰ্ভাৱ ঘটা বুলি চৰ্চা চলি থকাৰ সময়তে পুনৰ কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱা...

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আমেৰিকাই ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক আৰু বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিছিল৷ এইবাৰ আমেৰিকাই কেৱল ৰাছিয়াৰ ওপৰতেই নহয়,...

Page 3386 of 4057 1 … 3,385 3,386 3,387 … 4,057