• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

6 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

8 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

8 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

12 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

12 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

editor by editor
August 28, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হৈছে ১৭ সংখ্যক পেৰালিম্পিক। পেৰা এথলীটৰ বাবে সোণৰ পদক বহু মূল্যৱান। বহু ইভেণ্ট আৰু পেৰালিম্পিকৰ বহু ভিন্ন সংস্কৰণত বহু পদক লাভ কৰি নিজৰ নামত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পেৰা এথলীট।

এনে বহু অভিলেখৰ মাজত এটা এনে ৰেকৰ্ড আছে, যি সহজে ভংগ কৰাটো প্ৰায় অসম্ভৱ। পেৰালিম্পিক ইতিহাসত এগৰাকী পেৰা এথলীটৰ নামত আছে সৰ্বাধিক ৩২টা সোণৰ পদক লাভ কৰাৰ অভিলেখ। বহু বছৰ ধৰি পেৰালিম্পিকত নিজৰ ঐতিহাসিক প্ৰদৰ্শনেৰে দেশৰ পতাকা উজলাই তুলিছে বহু খেলুৱৈয়ে।

পেৰালিম্পিকৰ ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈগৰাকী হৈছে আমেৰিকাৰ মহিলা সাঁতোৰবিদ ট্ৰিছা জোৰ্ন-হাডছন (Trischa Zorn-Hudson)। আমেৰিকাৰ পেৰা সাঁতোৰবিদ তৃষাই পেৰালিম্পিকৰ ইতিহাসত মুঠ ৪৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ৩২টা স্বৰ্ণ, ৯টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক।

জন্মতে জোৰ্ণ-হাডছনৰ চকুৰ জেনেটিক ডিছঅৰ্ডাৰ আছিল যাৰ ফলত তেওঁ অন্ধ হৈ পৰিছিল। সেই শাৰীৰিক বসংগতিক আওকান কৰি প্ৰথমবাৰৰ বাবে ১৯৮০ চনৰ পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাথো ১৬ বছৰ। তৃষাই প্ৰথম অলিম্পিকত ৭টা স্বৰ্ণ পদক লাভ কৰিছিল।

২০১২ চনত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক হোল অৱ ফেমত স্থান লাভ কৰাৰ বিপৰীতে ২০২২ চনত আমেৰিকাৰ অলিম্পিক আৰু পেৰালিম্পিক হোল অৱ ফেমত স্থান লাভ কৰাত সফল হৈছিল ত্ৰিশাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: goldGold MedalolympicOlympic GoldPera Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

কাইলৈ আজা একাদশী, ৫ ৰাশিৰ সকলো কষ্ট আৰু পাপ নিৰাময় কৰিব ভগৱান বিষ্ণুৱে, এইদৰে পালন কৰিক ব্ৰত

কাইলৈ আজা একাদশী, ৫ ৰাশিৰ সকলো কষ্ট আৰু পাপ নিৰাময় কৰিব ভগৱান বিষ্ণুৱে, এইদৰে পালন কৰিক ব্ৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.