• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণ অবিহনেই ভাৰতৰ পেৰিছ অলিম্পিক যাত্ৰা সমাপন, অৱশ্যে ৰূপ দুটা হোৱাৰ সম্ভাৱনা

সোণ অবিহনেই ভাৰতৰ পেৰিছ অলিম্পিক যাত্ৰা সমাপন, অৱশ্যে ৰূপ দুটা হোৱাৰ সম্ভাৱনা

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সোণ অবিহনেই ভাৰতৰ পেৰিছ অলিম্পিক যাত্ৰা সমাপন, অৱশ্যে ৰূপ দুটা হোৱাৰ সম্ভাৱনা

editor by editor
August 11, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সোণ অবিহনেই ভাৰতৰ পেৰিছ অলিম্পিক যাত্ৰা সমাপন, অৱশ্যে ৰূপ দুটা হোৱাৰ সম্ভাৱনা
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণ অবিহনেই ভাৰতৰ পেৰিছ অলিম্পিক যাত্ৰা সমাপন, অৱশ্যে ৰূপ দুটা হোৱাৰ সম্ভাৱনা

পেৰিছ অলিম্পিক ২০২৪ত সোণ অবিহনে ভাৰতৰ অভিযান অন্ত পৰিল। হেভিৱেট মল্লযুঁজাৰু ৰিতিকা হুদা (৭৬ কেজি শাখা)ৰ পৰাজয়ৰ লগে লগে ভাৰতৰ অধিক পদক লাভৰ আশাও অন্ত পৰিল। পেৰিছ অলিম্পিকত ভাৰতে ১টা ৰূপৰ পদকে ধৰি মুঠ ৬টা পদক লাভ কৰে। ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিছে যে ভাৰতীয় দলটোৱে এইবাৰ পেৰিছ অলিম্পিকত ৩ বছৰ পূৰ্বে অনুষ্ঠিত হোৱা টকিঅ’ অলিম্পিকতকৈ কম পদক আনিব।

পেৰিছ অলিম্পিকৰ সপ্তম পদক জয়ৰ আশা শনিবাৰে ঋতিকা হুদাৰ পৰাস্ত হোৱাৰ লগে লগে ভাৰতৰ আশা শেষ হৈ পৰে। ৰিটিকাক পৰাস্ত কৰা কিৰ্গিস্তানী মল্লযুঁজাৰুগৰাকী যদি ফাইনেলত প্ৰৱেশ কৰিলেহেঁতেন তেন্তে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ৰিপেচেজ ৰাউণ্ডত সুযোগ পালেহেঁতেন। কিৰ্গিস্তানৰ মল্লযুঁজাৰুগৰাকীয়ে ছেমি ফাইনেলত পৰাস্ত হয়, যাৰ বাবে ৰিটিকা হুডা পদক ৰাউণ্ডৰ পৰা আঁতৰিব লগা হয়।

বিগতবাৰ টকিঅ’ অলিম্পিকত ভাৰতে ১টা সোণ, ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত ৪৮ নম্বৰ স্থানত আছিল। এইবাৰ ৭১ নম্বৰ স্থানলৈ অৱনমিত হৈছে ভাৰতীয় দল। তাকো এইবাৰ ভাৰতীৰ দলৰ জোলোঙাত নাই এটাও সোণ, ৰূপৰ ক্ষেত্ৰতো আছে কেৱল এটা ৰূপ, যিটো লাভ কৰিছে নীৰজ চোপ্ৰাই। তাৰি বাহিৰে বাকি সকলো ব্ৰঞ্জ।

অৱশ্যে এতিয়াও ৭মটো পদক লাভৰ আশা আছে ভাৰতৰ বাবে। পেৰিছ অলিম্পিক গেমছ আজি ১১ আগষ্টত শেষ হ’ব। কিন্তু পেৰিছ গেমছৰ পাছতো ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে CASক ৰূপৰ পদক প্ৰদানৰ বাবে আবেদন জনাইছে। এই সন্দৰ্ভত মঙলবাৰে সিদ্ধান্ত লোৱা হ’ব।

যদিহে বিনেশে এই আবেদনত জয়ী হয় তেন্তে ৰূপৰ পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হ’ব। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ৭টা হ’ব। এনে হ’লে পদকৰ হিচাপত ৬৮ নম্বৰ স্থানলৈ উন্নিত হ’ব ভাৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian teamolympicPeris OlympicPeris Olympic 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে দুজনকৈ লোকে

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে দুজনকৈ লোকে

এই ৬ বিধ ফল বৃক্কৰ বাবে আশীৰ্বাদস্বৰূপ, বিষ নোহোৱা কৰাৰ লগতে বৃক্কৰ পাথৰ গঠন ৰোধ কৰে

এই ৬ বিধ ফল বৃক্কৰ বাবে আশীৰ্বাদস্বৰূপ, বিষ নোহোৱা কৰাৰ লগতে বৃক্কৰ পাথৰ গঠন ৰোধ কৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.