• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

1 year ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

3 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

4 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

5 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

5 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

7 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

14 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

14 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

15 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

15 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

15 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

editor by editor
July 29, 2025
in জীৱনশৈলী, ভাৰত
0
পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক ভ্ৰমণৰ ক্ষেত্ৰত পাছপোৰ্ট মূল চাবিকাঠি৷ পাছপোৰ্ট ব্যক্তি একোজনৰ পৰিচয়পত্ৰও৷ ভাৰতত সাধাৰণতে পাছপোৰ্টৰ ম্যাদ ১০ বছৰ৷ এই ১০ বছৰ কিন্তু খুব কম সময় নহয়৷ সেয়ে বহুতেই পাছপৰ্টৰ পুনৰ্নৱীকৰণ বিষয়টোক বিশেষ গুৰুত্ব নিদিয়ে৷ তাৰ ফলতেই ভ্ৰমণৰ পূৰ্বে বহুতেই কেতিয়াবা সমস্যাতো পৰিবলগীয়া হয়৷

কি বিষয়ত গুৰুত্ব দিব?

  • বহুতেই ভাৱে যে পাছপোৰ্টৰ ম্যাদ আছে মানেই তেওঁ ভিছাৰ আবেদন কৰিব পাৰে৷ কিন্তু বহু দেশ ভ্ৰমণৰ সময়ত পাছপোৰ্টৰ ম্যাদ শেষৰ সৈতে অতিৰিক্ত ছমাহ পৰ্যন্ত সময়কালৰ প্ৰয়োজন হয়৷ সেয়া নাথাকিলে শেষ মুহূৰ্তত ভ্ৰমণৰ পৰিকল্পনা বাতিলো হ’ব পাৰে৷
  • বৰ্তমান সময়ত পাছপোৰ্টত প্ৰয়োজনীয় সময়সীমা নাথাকিলে বহু বিমান সংস্থাই টিকট কটাৰ অনুমতি নিদিয়ে৷ অন এৰাইভেল ভিছা প্ৰদান কৰে আৰু দেশৰ ক্ষেত্ৰতো শেষ মুহূৰ্তত পাছপোৰ্টৰ তিনি বা ছমাহ ম্যাদ নাথাকিলে ভিছা পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
  • ম্যাদ থাকিলেও যদি পাছপোৰ্ট অন্তত দুটা খালী পাত নাথাকিলে হলেও একাধিক দেশৰ ভিছা পাবলৈ সমস্যা তৈয়াৰ হ’ব পাৰে৷ সেই ক্ষেত্ৰত যিসকলে বেছি ভ্ৰমণ কৰে, পাছপোৰ্টৰ পাত শেষ হ’লে পুনৰ্নবীকৰণ কৰি লোৱা উচিত৷
  • ভ্ৰমণৰ সময়ত পাছপোৰ্টৰ ম্যাদ সংক্ৰান্তিয় এই নীতিৰ নেপথ্যত আছে সম্ভাৱ্য আপতকালীন পৰিস্থিতি৷ গন্তব্যত উপস্থিত হোৱাৰ পিছত অসুস্থতা, দুৰ্ঘটনা বা অন্য কোনো কাৰণত পৰ্যটক নাথাকিলে বৈধ পাছপোৰ্টৰ সুবিধা প্ৰদান কৰে৷
  • যি দেশত ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে সেয়া পূৰ্বে তেওঁলোকৰ বৈদেশিক নীতি আৰু অভিভাসন সংক্ৰান্তিয় তথ্য ইণ্টাৰনেটৰ পৰা জানি লোৱাটো প্ৰয়োজন৷ সেই ক্ষেত্ৰত সমস্যা নহ’ব৷

কি কৰা উচিত?

ভাৰতীয়ৰ ক্ষেত্ৰত পাছপোৰ্টৰ ম্যাদ শেষ হোৱাৰ ১ বছৰ পূৰ্বে পুনৰ্নৱীকৰণ কৰি লোৱা উচিত৷ সেই ক্ষেত্ৰত সুৰক্ষিত থকা উচিত৷ হঠাৎ আন্তৰ্জাতিক ভ্ৰমণৰ প্ৰয়োজন হলে পাছপোৰ্ট পুনৰ্নৱীকৰণৰ প্ৰয়োজন নহয়৷ কৰোবালৈ যাবলৈ হলে দেশলৈ উভতি অহা দিনটোৰ সৈতে অন্তত ৬ মাহ যোগ কৰি পাছপোৰ্টৰ ম্যাদৰ দিন মিলাই লোৱা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
Next Post
নাগ পঞ্চমীত দিনজুৰি শিৱ যোগ, মঙলবাৰে বজৰংবলীৰো আশীৰ্বাদ আছে এই ৫ ৰাশিত

নাগ পঞ্চমীত দিনজুৰি শিৱ যোগ, মঙলবাৰে বজৰংবলীৰো আশীৰ্বাদ আছে এই ৫ ৰাশিত

মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?

মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.