• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

3 years ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

8 minutes ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

46 minutes ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

3 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

3 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

4 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

4 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

4 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

5 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

5 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

5 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

6 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

editor by editor
March 20, 2023
in জীৱনশৈলী, ভাৰত
0
সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?
0
SHARES
74.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা ব্যস্ত ৰে’লৱে ষ্টেচনৰ দৃশ্য এয়া৷ কৰ্মব্যস্ততাৰ বাবে সকলো ওলাই আহিছে৷ মহিলা, যুৱতী, পৌঢ়ৰ পৰা যুৱকলৈ সকলোৱে আছে ষ্টেচনত৷ তাৰমাজতেই চলি আছে ৰে’লৱে ষ্টেচনৰ বিশেষ টিভিটো৷ টিভিৰ সন্মুখত একাংশই ভীৰো কৰিছে৷ ভীৰ দেখিয়েই একাংশই গুৰুত্বপূৰ্ণ বাতৰি বুলি কাষ চাপি গৈছে৷ কিন্তু এয়া চলিছে কি?

টেলিভিছনৰ স্ক্ৰিণত বিজ্ঞাপনৰ সলনি নীলা ছবি। হঠাতেই কেনেকৈ ষ্টেচনৰ টেলিভিছনত চলিল এই ছবি? প্ৰায় ৩ মিনিট ধৰি চলি আছিল এই ছবি। এটা টিভিতো নহয় আটাইকেইটা টিভিতেই একেই দৃশ্য। ঘটনাটো বিহাৰৰ পাটনা ৰে’লৱে ষ্টেচনৰ ১০ নম্বৰ প্লেটফৰ্মত সংঘটিত হৈছিল। দেওবাৰে পুৱা প্ৰায় ৯-৩০ বজাত প্লেটফৰ্মত থকা একাধিক টিভিত ৩ মিনিট ধৰি নিৰন্তৰ চলি আছিল এডাল্ট ছবি। সেই সময়ত বহুতো মহিলা আৰু শিশুও সেই প্লেটফৰ্মত উপস্থিত আছিল। এক মুহূৰ্তত সকলো আচৰিতো হৈছিল৷ অস্বস্তিবোধে ক্ৰিয়া কৰিছিল বহু যাত্ৰীৰ মনত৷ তেনেতেই একাংশ সচেতন যাত্ৰীয়ে খৰখেদাকৈ গৈ জিআৰপি আৰু আৰপিএফ বিষয়াসকলৰ ওচৰত অভিযোগ কৰে৷ অভিযোগৰ পিছতেই আৰক্ষী বিষয়াই ষ্টেচনৰ গোটেইকেইটা টেলিভিছনেই বন্ধ কৰি দিয়ে৷

কিন্তু কাৰ ভুলৰ বাবে এই ঘটনা? ৰে’ল ষ্টেচনটোৰ দূৰদৰ্শন বিজ্ঞাপনৰ দায়িত্বত কোন আছিল? ৰে’ল ষ্টেচনৰ দূৰদৰ্শনৰ বিজ্ঞাপন দিয়াৰ দায়িত্বত আছিল দত্ত কমিউনিকেশ্বন নামৰ এটা কোম্পানী৷ ঘটনাৰ পাছতেই আৰপিএফে দ্ৰুততাৰে কোম্পানীটোৰ সৈতে যোগাযোগ কৰে৷ বিষয়াসকলে ততাতৈয়াকৈ ৰে’ল ষ্টেচনৰ টিভিত অশ্লীল চলচ্চিত্ৰ বন্ধ কৰে৷ কিন্তু ঘটনা ইয়াতেই শেষ নহয়। দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে ৰে’লৱেৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে। কোম্পানীটোক ব্লেকলিষ্ট কৰাৰ উপৰিও আৰ্থিক জৰিমনা পৰিশোধ কৰিবলৈকো ৰে’লৱে কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
Next Post
ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই…

বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.