• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

14 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

16 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

17 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

18 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

18 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

19 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

19 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

20 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

21 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

21 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

editor by editor
January 23, 2024
in বাণিজ্য, ভাৰত
0
প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতেই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰপাছতেই সৌৰবিদ্যুৎ সংস্থাসমূহৰ শ্বেয়াৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। মঙলবাৰে সৌৰ বিদ্যুৎ কোম্পানীসমূহৰ শ্বেয়াৰ ১৯ শতাংশতকৈয়ো অধিক বৃদ্ধি পাইছে। প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা ঘোষণা কৰিছে। এই যোজনাৰ আওতাত কোৱা হৈছে যে, চৰকাৰে ১ কোটিতকৈয়ো বেছি ছলাৰ চিষ্টেম বহুৱাব। যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্তৰ বিদ্যুতৰ বিল কমাৰ ওপৰিও দেশৰ পাৱাৰ চেক্টৰো স্বনিৰ্ভৰশীল হিচাপে গঢ়ি উঠিব।

কোন কোন কোম্পানীৰ শ্বেয়াৰ বৃদ্ধি পাইছে?

সোমবাৰে সন্ধিয়া সূৰ্যোদয় যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই মঙলবাৰে সৌৰ গ্লাছ উৎপাদনকাৰী সংস্থা Borosil Renewables ৰ শ্বেয়াৰ ১৯শতাংশৰো বেছি বাঢ়ি ৬০১.৫০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত কোম্পানীৰ শ্বেয়াৰে ৫২ সপ্তাহৰ ৰেকৰ্ড ভংগ কৰিছে। শনিবাৰে Borosil Renewables শ্বেয়াৰ ৫০৭ টকা আছিল। অৰ্থাৎ প্ৰায় ৯০টকাতকৈয়ো অধিক শ্বেয়াৰ বৃদ্ধি পাইছে।

ইয়াৰোপৰি ৱেবছল এনাৰ্জী চিষ্টেমৰ শ্বেয়াৰো বহু পৰিমানে বৃদ্ধি পাইছে। এই কোম্পানীও সৌৰ বিদ্যুৎ ব্যৱসায়ৰ সৈতে জড়িত। এদিনতেই এই ষ্টক প্ৰায় ১০শতাংস বৃদ্ধি পাইছে। ৬মাহৰ ক্ষেত্ৰত এই বৃদ্ধিৰ পৰিমান প্ৰায় ২৫৭ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান এই ষ্টকৰ দাম ৩০০ টকা। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী সৌৰ বিদ্যুতৰ ঘোষণাৰ পাছতেই ষ্টাৰ্লিং এণ্ড উইলছন ৰিনিউয়েল এনাৰ্জী লিমিটেডৰ শ্বেয়াৰৰ দাম বৃদ্ধি পাইছে। কোম্পানীটোৰ শ্বেয়াৰ ৫শতাংশতকৈয়ো বৃদ্ধি পাইছে। বৰ্তমান ইয়াৰ শ্বেয়াৰ মূল্য ৫২৮.৯৫ টকা। ইয়াৰোপৰি ৱাৰি ৰিনিউয়েবল টেকনলজিৰ শ্বেয়াৰো ৫শতাংশতকৈ বৃদ্ধি পাইছে। ইয়াৰ শ্বেয়াৰ মূল্য বৰ্তমান ৩০০৮.৪০টকা। আনকি টাটা পাৱাৰৰো শ্বেয়াৰৰ দাম ৪শতাংশ বাঢ়ি হৈছেগৈ ৩৬৬.৪০টকা। টাটা পাৱাৰৰ শ্বেয়াৰেও মঙলবাৰে ৫২ সপ্তাহৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়, পৰিয়ালত বাঢ়িব সুখ-শান্তি

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়, পৰিয়ালত বাঢ়িব সুখ-শান্তি

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই কৰা হ’ল নামকৰণো! অচিৰেই সলনি হ’ব ৰাম মন্দিৰৰ নামো

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই কৰা হ’ল নামকৰণো! অচিৰেই সলনি হ’ব ৰাম মন্দিৰৰ নামো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.