• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পষ্ট অফিচত এই বিশেষ স্কিমত দৈনিক ৪১৭ টকা ৰাখিয়েই হ’ব পাৰে কোটিপতি…

5 months ago
ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

15 hours ago
যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

18 hours ago
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

19 hours ago
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

22 hours ago
বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

24 hours ago
জগন্নাথলৈ আহিয়েই ভক্তৰ মৃত্যু! মন্দিৰৰ বিগ্ৰহ দৰ্শন কৰিয়েই হঠাৎ কিয় মৃত্যুক আঁকোৱালি ল’লে ভক্তজনে?

2 days ago
মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে… ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, June 6, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পষ্ট অফিচত এই বিশেষ স্কিমত দৈনিক ৪১৭ টকা ৰাখিয়েই হ’ব পাৰে কোটিপতি…

editor by editor
December 28, 2022
in অসম, উত্তৰ-পূব, বাণিজ্য, ভাৰত
0
পষ্ট অফিচত এই বিশেষ স্কিমত দৈনিক ৪১৭ টকা ৰাখিয়েই হ’ব পাৰে কোটিপতি…
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ আৰ্থিক সঞ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ। পূৰ্বে মানুহে ঘৰৰে চন্দুকত ধন-সম্পদ সঞ্চয় কৰিছিল। সময় সলনি হৈছে। যুগৰ সৈতে হাত ধৰি আগবাঢ়িছে প্ৰযুক্তিৰ লগতে মানুহৰ মনো। বৰ্তমান সঞ্চয় বুলিলেই কোনোবা বেংকত, নতুবা পষ্ট অফিছত জমা ৰখা ধন। বহু ধৰণৰ স্কিমৰ জৰিয়তে ধন ৰখাৰ সুবিধা থাকে এইসমূহত। পষ্ট অফিচতো থাকে বহুকেইটা স্কিম। এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত এই ধন লাভ কৰে গ্ৰাহকে। শেহতীয়াকৈ নতুন বছৰৰ আৰম্ভনিতে পষ্ট অফিচৰ এটা বিশেষ স্কিমৰ বিষয়ে চৰ্চা হৈছে। পষ্ট অফিচৰ টাইম ডিপজিট স্কিম এটা ফিক্সড ডিপজিট স্কিম। এই স্কিমত এটা নিৰ্দিষ্ট সময়ত বাবে ধন ৰাখিলে পূৰ্বে নিৰ্ধাৰিত সুদসহ সকলো ধন নিৰ্দিষ্ট সময়ত গ্ৰাহকে লাভ কৰে।

এই স্কিমত বিনিয়োগ কৰাও নিৰাপদ। ছেভিংছ একাউণ্টৰ তুলনাত এই স্কিমত বেছি সুদ লাভ কৰে এজন গ্ৰাহকে। ইয়াৰোপৰি ইয়াত বিনিয়োগ কৰাও অত্যন্ত নিৰাপদ। বিনিয়োগকাৰীয়ে যিকোনো পষ্ট অফিচত গৈ টাইম ডিপজিট একাউণ্ট খুলিব পাৰে। এই একউণ্ট যুটীয়াভাৱে পতি পত্নীয়ে একেলগে খুলিব পাৰে। নমিনিৰো সুবিধা উপলব্ধ এই স্কিমত। সুদ মাহেকীয়া লাগে নে তিনিমহীয়া নে বছৰত লাগে সেয়াও নিৰ্ণয় কৰিব পাৰে গ্ৰাহকে।

উল্লেখ্য যে এবছৰৰ পৰা তিনিবছৰীয়া নাবালিকাৰ বাবে যদি এই একাউণ্ট খোলে তেন্তে ৭ শতাংশ সুদ লাভ কৰিব। ৫ বছৰৰ ওপৰৰ বিনিয়োগকাৰীয়ে লাভ কৰিব ৭.৮০ শতাংশ সুদ। আৰু ৫ বছৰৰ বাবে ধন ৰাখিলে আয়কৰ আইনৰ ৮০ ধাৰাৰ অধীনত লাভ কৰিব কৰৰ পৰাও সুবিধা।

পষ্ট অফিচৰ এই প্ৰকল্পৰ অধীনত ১৫ বছৰৰ বাবে ধন জমা ৰাখিলে বিনিয়োগৰ মুঠ ধন হ’ব ২২ লাখ ৫০ হাজাৰ টকা। বাৰ্ষিক ৭.১ শতাংশ সুদৰ হাৰত সৈতে মুঠ ১৮.১৮ লাখ অতিৰিক্ত ধন লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’
বিশ্ব

June 5, 2023
যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?
অসম

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

June 5, 2023
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন
জীৱনশৈলী

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

June 5, 2023
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?
জীৱনশৈলী

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

June 5, 2023
Next Post
দেহত আঘাতৰ সুস্পষ্ট দাগ, ভৰি ভঙা, ৩০ মাহৰ অন্ততো সত্য কিয় আজিও আধৰুৱা?

২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন