• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

11 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

editor by editor
March 24, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…
0
SHARES
590
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

দীৰ্ঘদিন ধৰি বব্বৰ পৰিয়ালৰ ভিতৰুৱা মহলত চলি থকা মতানৈক্য সকলোৰে জ্ঞাত। বিগত ফেব্ৰুৱাৰী মাহত বলীউডৰ অভিনেতা প্ৰতীক বব্বৰৰ বিয়াৰ দিনাই পোহৰলৈ আহে এই সম্পৰ্কৰ সমস্যাৰ কথা।

ভেলেণ্টাইন ডে’ ১৪ ফেব্ৰুৱাৰীৰ দিনা দীৰ্ঘদিনীয়া প্ৰেমিকা প্ৰিয়া বেনাৰ্জীৰ সৈতে বিয়াত বহিছিল বলীউডৰ অভিনেতা প্ৰতীক বব্বৰে। এই বিশেষ দিনটোত কিন্তু প্ৰতীকে পিতৃ ৰাজ বব্বৰ তথা পৰিয়ালৰ আন কোনো সদস্যকে নিমন্ত্ৰণ নিদিয়ে। তেতিয়াই জানিব পৰা যায় বব্বৰ পৰিয়ালৰ ফাঁট মেলাৰ কথা।

কিন্তু এইবাৰ খবৰ আহিছে প্ৰতীকে সম্পূৰ্ণ ত্যাগ কৰিলে বব্বৰ পৰিয়াল। পিতৃক তাজ্য কৰি নিজৰ নামৰ পৰা আঁতৰাই পেলালে বব্বৰ উপাধী। এতিয়া নিজৰ নাম কৰি ল’লে ‘প্ৰতীক স্মিতা পাটিল’।

প্ৰতীকে নিজৰ নামৰ সৈতে প্ৰয়াত মাতৃ তথা বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী স্মিতা পাটিলৰ নাম সংযোজন কৰে। এই সন্দৰ্ভত অভিনেতা প্ৰতীকে কয় যে তেওঁ কেৱল নিজৰ নাম আৰু পৰিচয়ক মাতৃৰ সৈতে জড়িত কৰিব বিচাৰে।

লগতে এইটোও কয় যে, মই কেৱল মোৰ মাতৃৰ জৰিয়তেহে থাকিব বিচাৰো, মোৰ দেউতাৰ জৰিয়তে নহয়। গতিকে এই নাম সলনি কৰাটোৱেই মোৰ সিদ্ধান্ত।

প্ৰতীকে নিজৰ এই সিদ্ধান্তৰ ওপৰত ইয়াকো কয় যে, “মই একো কথাৰ ওপৰত বেছি গভীৰভাৱে চিন্তা কৰা নাছিলো। যিটো কামে মোক মনত শান্তি দিছিল, সেই কামেই কৰিলোঁ। মোৰ নাম সলনি কৰাৰ এই সিদ্ধান্তই যদি মোৰ কেৰিয়াৰত কিবা নেতিবাচক প্ৰভাৱ পেলায়, তেন্তে মই একো গুৰুত্ব নিদিওঁ। মই বিচাৰিছিলো যে মোৰ মা মোৰ নামটোৰ সৈতে, মোৰ অন্তৰ্নিহিত স্বৰূপটোৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হওক। মই এই সিদ্ধান্তক তেওঁৰ উত্তৰাধিকাৰক আগুৱাই নিয়াৰ অন্যতম উত্তম উপায় হিচাপে লৈছিলো। মোৰ জীৱনৰ এটা নতুন অধ্যায় যেন আৰম্ভ হৈছে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorPratik BabbarPratik Smita PatilSmita Patil
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

অতি সোনকালেই নতুন আলহীৰ আগমণ হ’ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা

অতি সোনকালেই নতুন আলহীৰ আগমণ হ'ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.