• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১ মাৰ্চত পুনৰ ভাৰত পাবহি ৩ অত্যাধুনিক ৰাফেল যুদ্ধ বিমান

৩১ মাৰ্চত পুনৰ ভাৰত পাবহি ৩ অত্যাধুনিক ৰাফেল যুদ্ধ বিমান

5 years ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

4 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

5 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

5 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

6 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

6 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

7 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

9 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

9 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

11 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩১ মাৰ্চত পুনৰ ভাৰত পাবহি ৩ অত্যাধুনিক ৰাফেল যুদ্ধ বিমান

ভাৰতৰ ৰাফেল যুদ্ধ বিমানৰ সংখ্যা হ’ব ১৪খন

editor by editor
March 30, 2021
in প্ৰযুক্তি, ভাৰত
0
৩১ মাৰ্চত পুনৰ ভাৰত পাবহি ৩ অত্যাধুনিক ৰাফেল যুদ্ধ বিমান
0
SHARES
875
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৩১ মাৰ্চত পুনৰ ভাৰতলৈ অনা হ’ব ৩খন ৰাফেল যুদ্ধ বিমান। বুধবাৰে ফ্ৰান্সৰপৰা ভাৰত পাবহি এই অত্যাধুনিক যুদ্ধ বিমান। ফ্ৰান্সৰ পৰা ৭০০০ কিঃমিঃ অতিক্ৰম কৰি পোনে পোনে ভাৰতত অৱতৰণ কৰিব তিনিওখন বিমানে। আকাশমাৰ্গতে ৰাফেলত ইন্ধনৰ যোগান ধৰিব সংযুক্ত আৰৱ এমিৰেটচৰ বায়ু সেনাৰ এয়াৰ বাছ ৩৩০ মাল্টি-ৰোল ট্ৰান্সপোৰ্ট টেংকাৰে। হাৰিয়ানাৰ আম্বালাস্থিত ভাৰতীয় বায়ুসেনাৰ বিমান ঘাটিত উপস্থিত হোৱাৰ পিছত  গ’ল্ডেন এৰ’জ স্কোৱাড্ৰ’নত অন্তৰ্ভুক্ত কৰা হ’ব ৰাফেল বিমানকেইখন। ৰাফেল বিমান ক্ৰয়েৰে বায়ু সেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিছে ভাৰতে। ভাৰতে ৰাফেলৰ দ্বিতীয়টো স্বয়ংসম্পূৰ্ণ স্কোৱাড্ৰ’ন দ্ৰুতগতিত গঠনৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এপ্ৰিলৰ ভিতৰত গঠন কৰা হ’ব এই স্কোৱাড্ৰ’ন। ইয়াৰ বাবে ভাৰতক প্ৰয়োজন নূন্যতম ১৮খন যুদ্ধ বিমানৰ, কিন্তু ৩খন ৰাফেল যোগ হ’লে ভাৰতৰ হাতত থাকিব মুঠ ১৪খন যুদ্ধ বিমান। অতিৰিক্ত বিমানকেইখন ফ্ৰান্সৰ পৰা অতিশীঘ্ৰে লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ভাৰতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24rafale fighter jet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
অসমীয়াৰ আৱেগক বিক্ৰী কেন্দ্ৰীয় চৰকাৰৰ!

অসমীয়াৰ আৱেগক বিক্ৰী কেন্দ্ৰীয় চৰকাৰৰ!

ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.