• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 months ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

2 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

50 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

3 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

4 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

5 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

6 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

8 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

চৰ্চাত বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব তৰুণ চুঘ

editor by editor
June 7, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আম আদমি পাৰ্টীৰে ৰাজনৈতিক পৰিচয় লাভ কৰি শেহতীয়াকৈ বিজেপিলৈ অহা ৰাঘৱ চাড্ডাৰ যেন ভাল দিন আহি আছে। গেৰুৱা বসন পৰিধান কৰাৰ পিছতে বিজেপি দলে চাড্ডাক দিছিল গুৰু দায়িত্ব। কিন্তু এক নিৰ্ভৰযোগ্য তথ্য অনুসৰি এইবাৰ ৰাঘৱ চাড্ডাই লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব। খবৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে অথবা জুলাইৰ প্ৰথম সপ্তাহত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। যদি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হয় তেতিয়া মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত এয়া হ’ব প্ৰথমটো সম্প্ৰসাৰণ। মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত উত্তৰপ্ৰদেশ, পঞ্জাবৰ দৰে ৰাজ্যক অধিক গুৰুত্ব দিয়া হ’ব, কিয়নো এই দুয়োখন ৰাজ্যত আহি আছে বিধানসভা নিৰ্বাচন। উত্তৰপ্ৰদেশত এই পৰ্যন্ত যোগীৰ নেতৃত্বত শক্তিশালী স্থিতিত আছে বিজেপি। আনহাতে পঞ্জাবৰ দৰে ৰাজ্যত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে জিকিবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এনে পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টুক বিজেপিয়ে এইবাৰ ৰাজ্যসভাৰ টিকট প্ৰদান নকৰাটোৱে এক বিশেষ ইংগিত বহন কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনত পঞ্জাবত বিট্টুক এখন চিনাকি মুখ হিচাপে নিৰ্বাচনী যুঁজত প্ৰক্ষেপ কৰাব পাৰে বিজেপিয়ে । পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখিয়েই মোদী মন্ত্ৰীসভাত পঞ্জাবৰ পৰা দুজনকৈ নেতাক স্থান দিয়াৰ যো-জা চলোৱাৰ খবৰ আহিছে। চৰ্চা অনুসৰি এই দুজন নেতা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব তৰুণ চুঘ আৰু আম আদমি পাৰ্টীৰ পৰা বিজেপিলৈ যোৱা জনপ্ৰিয় নেতা ৰাঘৱ চাড্ডা। তৰুণ চুঘক প্ৰধানমন্ত্ৰী মোদীৰ এগৰাকী বিশ্বস্ত নেতা হিচাপে ধৰা হয় আৰু দীৰ্ঘদিনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতেও জড়িত। ইয়াৰ উপৰিও জম্মু-কাশ্মীৰ, তেলেংগানা আৰু লাড্ডাখ বিজেপিৰো দায়িত্বত আছে চুঘ। সূত্ৰ অনুসৰি মোদী চৰকাৰৰ কোনো গুৰুত্বপূৰ্ণ পদবী লাভ কৰিব পাৰে তৰুণ চুঘে।

ৰাঘৱ চাড্ডাক লৈও চলিছে চৰ্চা

আনহাতে উচ্চ শিক্ষিত, পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট ৰাঘৱ চাড্ডায়ো বিজেপিলৈ আহিয়েই লাভ কৰিব পাৰে কেবিনেট মন্ত্ৰীৰ দায়িত্ব। বিশেষকৈ নৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় ৰাঘৱ চাড্ডা ৰাষ্ট্ৰীয় ৰাজনীতিৰো এখন চিনাকি মুখ। উল্লেখ্য যে বিজেপিলৈ কেৱল ৰাঘৱ চাড্ডাই অহা নাছিল, লগত আনিছিল পূৰ্ব ক্ৰিকেটাৰ হৰভজন সিং, স্বাতী মালীৱালসহ আন ৭ গৰাকী শক্তিশালী AAP নেতাক। ৰাঘৱ চাড্ডাই দীৰ্ঘসময়ৰ পৰাই ৰাজ্যসভাত যুৱপ্ৰজন্মৰে জড়িত বিভিন্ন সমস্যাক আঙুলিয়াই আহিছিল। ইণ্টাৰনেটৰ পৃথিৱীতো ৰাঘৱ চাড্ডাৰ আছে ঈৰ্ষণীয় জনপ্ৰিয়তা। লক্ষণীয়ভাৱে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীক উত্তৰপ্ৰদেশ বিজেপিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিছতে তেওঁক মোদী মন্ত্ৰীসভাৰ পৰা বিদায় দিয়াটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। তেনেস্থলত উক্ত পদটো ৰাঘৱ চাড্ডাক অৰ্পণ কৰা হ’ব পাৰে বুলি দেশৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে।

এই বাতৰিটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24raghab chadda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.