অসম লাইভ২৪ঃ
অন্ত পৰিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা
কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল ৰাহুলৰ বাৰত জোড়ো যাত্ৰা
১৪ খন ৰাজ্যৰ ৭৫ খন জিলা সামৰি ল’লে ভাৰত জোড়ো যাত্ৰাই
৩৫৭০ কিঃমিঃ সম্পূৰ্ণ কৰিলে এই যাত্ৰাই
এই যাত্ৰাৰ সময়ত লাখ লাখ লোকৰ সৈতে সংযোগ স্থাপন কৰিলে ৰাহুল গান্ধীয়ে
অন্তিম দিনত প্ৰৱল তুষাৰপাতকো নেওচি ৰাহুল গান্ধীৰ ভাষণ
শ্ৰীনগৰৰ লালচকৰ ক্ল’ক টাৱাৰৰ পতাকা উত্তোলনেৰে অন্ত পৰে এই যাত্ৰাৰ
ৰাহুল গান্ধীৰ টি-ছাৰ্টৰ পৰা আৰম্ভ কৰি দাড়িলৈকে চৰ্চা চলিল এই যাত্ৰাত
১২ টাকৈ বিৰোধী ৰাজনৈতিক দলে অংশ ল’লে এই যাত্ৰাত
কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰা সামৰণি পৰিল কাশ্মীৰত
২০২২ চনৰ ৭ চেপ্টেম্বৰত আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা
১৪ খন ৰাজ্যক সামৰি লৈছে এই যাত্ৰাই
শ্ৰীনগৰত নিজৰ ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথাও উল্লেখ কৰিলে ৰাহুল গান্ধীয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ