• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুবুৰীয়া ৰাজ্য মণিপুৰৰ জোঁৱাই হ’বলৈ সাজু ৰণদ্বীপ, পিছে কইনা কোন?

চুবুৰীয়া ৰাজ্য মণিপুৰৰ জোঁৱাই হ’বলৈ সাজু ৰণদ্বীপ, পিছে কইনা কোন?

2 years ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

37 minutes ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

1 hour ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

2 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

3 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

3 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

4 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

8 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

9 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

10 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

11 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

চুবুৰীয়া ৰাজ্য মণিপুৰৰ জোঁৱাই হ’বলৈ সাজু ৰণদ্বীপ, পিছে কইনা কোন?

editor by editor
November 7, 2023 - Updated on November 25, 2023
in উত্তৰ-পূব, বিনোদন, বিবিধ, ভাৰত
0
চুবুৰীয়া ৰাজ্য মণিপুৰৰ জোঁৱাই হ’বলৈ সাজু ৰণদ্বীপ, পিছে কইনা কোন?
0
SHARES
15.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত আকৌ বিয়া। বিয়াত বহিবলৈ সাজু এইবাৰ বলীউড অভিনেতা ৰণদ্বীপ হুডা। পাত্ৰী আমাৰ নিচেই কাষৰ। বিগত এবছৰ ধৰি হিংসাজৰ্জৰ হৈ থকা মণিপুৰৰ কন্যা লিন লাইছৰামৰ সৈতে ৰণদ্বীপৰ বিয়া। লিন লাইছৰাম এগৰাকী মডেল তথা অভিনেত্ৰী। ভাইৰেল খবৰ অনুসৰি চলিত বছৰতেই ৰণদ্বীপ আৰু লিন বিবাহপাশত আৱদ্ধ হ’ব। নৱেম্বৰতেই বিবাহপাশত আৱদ্ধ হ’ব লীন আৰু ৰণদ্বীপ। কিন্তু মুম্বাইত নে মণিপুৰত আয়োজিত হ’ব দুয়োৰে বিবাহৰ অনুষ্ঠান?

বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি মুম্বাইৰ কোলাহলৰ পৰা আঁতৰত দুয়োৰে বিবাহৰ অনুষ্ঠান সম্পন্ন হ’ব। মীৰা নায়াৰ পৰিচালিত ছবি ‘মনছুন ৱেডিং’ ছবিৰ মাধ্যমেৰে ২০০১ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰণদ্বীপ হুডাই। প্ৰথম ছবিতেই তেওঁ দৰ্শকৰ প্ৰশংসা বুটলিবলৈকো সক্ষম হৈছিল। কামৰ প্ৰশংসা লাভ কৰিলেও দ্বিতীয় সুযোগ লাভ কৰিবলৈ তেওঁৰ যাত্ৰা সৰলো নাছিল। ৰণদ্বীপৰ বলীউডত দ্বিতীয়খন ছবি হৈছে ৰাম গোপাল বাৰ্মাৰ ‘ডি’। ২০১০ চনত মিলন লুথাৰিয়া পৰিচালিত ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ ছবিৰে আকৌ এবাৰ দৰ্শকৰ মন জয় কৰে ৰণদ্বীপে।

তাৰপিছতেই এখনৰ পাছত আনখন ছবি, ‘চাহেব, বি বি ঔৰ গেংষ্টাৰ, জন্নত-২, জিছম-২, হিৰোইন, মাৰ্ডাৰ-৩ৰ দৰে ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে। ইমতিয়াজ আলিৰ ‘হাইৱে’ ছবিখনেই ৰণদ্বীপক দৰ্শকৰ অতি চিনাকী মুখ কৰি তোলে। সেই ছবিত ৰণদ্বীপৰ বিপৰীতে আছিল আলিয়া ভাট্ট। ২০১৬ চনত উমংগ কুমাৰৰ ‘ছৰবজিৎ’ৰ দৰে হীট ছবিত কাম কৰাৰ সুযোগ লাভ কৰে ৰণদ্বীপে। পেছাগত জীৱনত সাফল্য আৰু জনপ্ৰীয়তা অৰ্জন কৰাৰ পাছতো ব্যক্তিগত জীৱনৰ চৰ্চা কিন্তু অন্যন্য বলীউড অভিনেতাৰ দৰে হোৱা নাছিল ৰণদ্বীপৰ।

এসময়ত ৰণদ্বীপ প্ৰাক্তন বিশ্বসুন্দৰী আৰু বলীউড অভিনেত্ৰী সুস্মিতা সেনৰ প্ৰেমত পৰিছিল। অৱশ্যে এই সম্পৰ্ক বেছিদিন নিটিকিল। দুবছৰ পূৰ্বে ৰণদ্বীপ আকৌ প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছে। এইবাৰ তেওঁৰ প্ৰেয়সী কিন্তু উত্তৰ পূবৰ মণিপুৰৰ। ২০২১ চনত লিনৰ জন্মদিনত তেওঁক সামাজিকমাধ্যমত শুভেচ্ছা জনোৱাৰ সময়ৰে পৰাই দুয়োৰে প্ৰেমৰ কথাবোৰ ৰাজহুৱা হৈছে। ৰণদ্বীপৰ জন্মদিনতো লীনে জনোৱা শুভেচ্ছা বাৰ্তাৰ চৰ্চা হৈছে। পৰস্পৰেই বহুসময়ত আকাৰে ইংগিতে প্ৰেমৰ কথাবোৰ প্ৰকাশ কৰি থকাৰ মাজতেই ভাইৰেল হৈছে বিয়াৰ খবৰ। মণিপুৰৰ সুন্দৰী তথা মডেল লীনে বলীউডত ভৰি থৈছে, ওম শান্তি ওম ছবিৰে। তাৰপিছতেই মেৰিকম, ৰংগুন, মটৰু কি বিজলি কা মণ্ডোলাৰ দৰে ছবিত অভিনয় কৰিছে লীনে। সম্প্ৰতি জানে জান ছবিত কৰিণা কাপূৰ খানৰ সৈতে অভিনয় কৰা দেখা গৈছে লীনক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?
জীৱনশৈলী

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

April 17, 2026
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?
বাণিজ্য

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

April 17, 2026
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

April 17, 2026
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?
জীৱনশৈলী

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

April 17, 2026
Next Post
ফাল্গুনী নক্ষত্ৰত কাল ইন্দ্ৰ যোগ, হাতলৈ খ্যাতি, ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

ফাল্গুনী নক্ষত্ৰত কাল ইন্দ্ৰ যোগ, হাতলৈ খ্যাতি, ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

‘মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

'মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.