• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলমানে নাপাতিলেও ৫৬বছৰ বয়সত আকৌ বিয়া পাতিলে ককায়েক আৰবাজ খানে…

চলমানে নাপাতিলেও ৫৬বছৰ বয়সত আকৌ বিয়া পাতিলে ককায়েক আৰবাজ খানে…

3 years ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

38 minutes ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

1 hour ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

2 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

2 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

4 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

4 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

5 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

5 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

5 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

6 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

6 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চলমানে নাপাতিলেও ৫৬বছৰ বয়সত আকৌ বিয়া পাতিলে ককায়েক আৰবাজ খানে…

২৪ ডিচেম্বৰত চুৰা খানৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'ল  আৰবাজ খান।

editor by editor
December 25, 2023
in বিনোদন
0
চলমানে নাপাতিলেও ৫৬বছৰ বয়সত আকৌ বিয়া পাতিলে ককায়েক আৰবাজ খানে…
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  চলি থকা চৰ্চাৰ মাজতে বিয়াখন পাতিয়েই পেলালে পৰিচালক, অভিনেতা তথা চলমান খানৰ ভাতৃ আৰবাজ খানে। প্ৰথমা পত্নী মালাইকা আৰোকাক দুখৰ সাগৰত পেলাই আৰবাজে পুনৰ আৰম্ভ কৰিলে যুগ্ম জীৱন। বহুদিনীয়া চৰ্চাৰ অন্ত পেলাই যোৱা ২৪ ডিচেম্বৰত চুৰা খানৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হল  আৰবাজ খান।

বলিউদৰ মোহময়ী অভিনেত্ৰী ৰবিনা টেণ্ডনৰ মেকআপ আৰ্টিষ্ট চুৰা খানৰ সৈতে হোৱা এই বিবাহ অনুষ্ঠানত আৰবাজ আৰু চুৰাৰ পৰিয়ালৰ লোকসকলৰ লগতে কিছু ঘনিষ্ঠ লোক উপস্থিত থাকে। ৫৬বছৰীয়া আৰবাজ খানে বিয়াৰ পাছতে দুয়োৰে ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ফটো শ্বেয়াৰ কৰি আৰবাজে লিখে যে, ”আপোন মানুহৰ উপস্থিতিত মই আৰু মোৰ প্ৰেমিকাই এটা নতুন যাত্ৰা আৰম্ভ কৰিলো। এই যাত্ৰা ওৰোটে জীৱন একেলগে থাকিব বুলি আৰম্ভ কৰিলো। এই বিশেষ দিনটোত আপোনালোকৰ আৰ্শীবাদ বিচাৰিলো। ”

আৰবাজ খানৰ এই বিবাহ অনুষ্ঠানত লক্ষ্যণীয়ভাৱে উপস্থিত থাকিল আৰবাজ আৰু মলাইকাৰ বৰপুত্ৰও।  আৰবাজৰ বৰপুত্ৰ আৰহানেও পিতৃৰ দ্বিতীয় বিয়াত উপস্থিত থাকি নতুন মাতৃ আৰু পিতৃৰ সৈতে ফটোও উঠিলে। চাওক সেই চৰ্চিত ফটোখন-

Arbaaz Khan and Shura Khan pose as husband and wife in first pictures from their wedding, the groom's son Arhaan Khan is all smiles | Hindi Movie News - Times of India

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

September 16, 2026
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
এদিনত মাত্ৰ ৭টকা জমা কৰক, আৰু মাহে লাভ কৰক ৫হাজাৰ টকা…

এদিনত মাত্ৰ ৭টকা জমা কৰক, আৰু মাহে লাভ কৰক ৫হাজাৰ টকা…

ধন-সম্পত্তি সকলোঃ  কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

ধন-সম্পত্তি সকলোঃ কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.