দেশজুৰি গণৰাজ্য দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি অব্যাহত৷ অসমত পূৰ্ণ গতিত চলিছে আয়োজন৷ ইয়াৰ মাজতে কোন মন্ত্ৰীয়ে কোন ঠাইত পতাকা উত্তোলন কৰিব সেই লৈও ব্যস্ত একাংশ৷ প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ কৰা হ’ল এই তালিকা৷ এইবাৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?
- খানাপাৰাত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে
উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা
- নলবাৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত দাসে
- যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই
- তামুলপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী ইউজি ব্ৰহ্মই
- গোৱালপাৰাত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
- বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
- ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই
- তেজপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে
- শিলচৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংঘালে
- লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে
- গোলাঘাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী সঞ্জয় কিষানে
- নগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে
- তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী পিয়ুষ হাজৰিকাই
- ধুবুৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বৰাই
- কোকৰাঝাৰত পতাকা উত্তোলন কৰিব প্ৰমোদ বড়োৱে
- ডিফুত পতাকা উত্তোলন কৰিব তুলিৰাম ৰংহাঙে
- ডিমা হাচাওত পতাকা উত্তোলন কৰিব দেৱলাল গাৰ্লোচাই
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ