• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

4 years ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

6 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

6 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

7 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

8 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

8 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

9 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

10 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

10 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

11 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

11 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

editor by editor
April 19, 2022
in বিশ্ব, ৰাজনীতি
0
‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ সেনাই মাৰিয়পোলত আটক কৰা ইউক্ৰেইনৰ সৈন্যসকলক আত্মসমৰ্পণ কৰিবলৈ শেষ সকিয়নী প্ৰদান কৰিছে৷ ৰাছিয়াই ‘‘সময়সীমা’’ নিৰ্ধাৰণ কৰি দি কৈছে অতি শীঘ্ৰেই সেনাসকলে আত্মসমৰ্পণ কৰক৷

মঙলবাৰে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ঘোষণা কৰিছে যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ প্ৰতি অনুগত সৈনিকসকলে যদি তাৎক্ষণিকভাৱে আত্মসমৰ্পণ নকৰে তেন্তে তেওঁলোকে ইয়াৰ পৰিণামৰ বাবে সাজু থাকিব লাগিব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাহিনীয়ে কৈছে যে যিসকলে মঙলবাৰে আবেলিৰ ভিতৰত তেওঁলোকৰ অস্ত্ৰ সমৰ্পণ কৰে তেওঁলোকক জীৱন ৰক্ষাৰ সুযোগ দিয়া হ’ব।

লগতে পঢ়ক হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

ইফালে সোমবাৰে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ শ্মিহালে কয়, ‘‘মাৰিয়পোলক ৰাছিয়াৰ বাহিনীয়ে ধ্বংস কৰিছে যদিও পতন ঘটাব পৰা নাই!’’

দক্ষিণ ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিয়পোলে ৰাছিয়ান বাহিনীৰ নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হৈ আছে যদিও ইউক্ৰেইনৰ যুঁজাৰু সেনাই আত্মসমৰ্পণ কৰা নাই। মাৰিয়পোলৰ মেয়ৰ বাদিম বয়চেঙ্কোৱে অভিযোগ কৰিছে যে যোৱা কেইসপ্তাহমানত ৰাছিয়াৰ বাহিনীয়ে চহৰখনৰ ৯০ শতাংশ আন্তঃগাঁথনি ধ্বংস কৰিছে।

এইবাৰ, আৱদ্ধ চহৰখনত ইউক্ৰেইনৰ বাহিনীক আত্মসমৰ্পণ কৰিবলৈ সকীয়নি প্ৰদানে ৰাছিয়ান সেনাৰ ‘চূড়ান্ত আক্ৰমণ’ৰ বাৰ্তা প্ৰেৰণ কৰা বুলি কিছুসংখ্যক সামৰিক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
Next Post
এমাহৰ পিছতে বিয়া : ভাবী স্বামীৰ ডিঙিত ছুৰিকাঘাত কইনাৰ! কিন্তু কিয়?

এমাহৰ পিছতে বিয়া : ভাবী স্বামীৰ ডিঙিত ছুৰিকাঘাত কইনাৰ! কিন্তু কিয়?

কাৰাগাৰতে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিৰে যৌন সম্পৰ্ক! গৰ্ভৱতী হ’ল দুই মহিলা কয়দী  

কাৰাগাৰতে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিৰে যৌন সম্পৰ্ক! গৰ্ভৱতী হ’ল দুই মহিলা কয়দী  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.