• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

editor by editor
September 5, 2023 - Updated on October 8, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বৰ সকলো দেশেই হয়তো ভাৱিছে ভাৰতে কৰি দেখুৱালে আমি কিয় মহাকাশ গৱেষণাত আগবাঢ়িব পৰা নাই? বিশ্বৰ প্ৰায়কেইখন দেশেই বিগত কেইবাবছৰ ধৰি মহাকাশ গৱেষণাৰ কাম আৰম্ভ কৰিছে। কিন্তু ভাৰততকৈ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বহু আগবাঢ়ি আছে বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা। আমেৰিকাৰ নাছাই বিগত চাৰি দশকৰো অধিক সময় ধৰি মহাকাশ বিষয়ক বিভিন্ন গৱেষণা চলাই আছে।

সূৰ্যৰ পৰা আৰম্ভ কৰি চন্দ্ৰ বা অন্য গ্ৰহ বিচৰা আদি কামত উল্লেখযোগ্য মহাকাশ সংস্থাই হৈছে নাছা। নাছাত একাধিক ভাৰতীয় বিজ্ঞানীয়েও কাম কৰি আছে। কিছুদিন পূৰ্বে ইছৰোৰ প্ৰাক্তন চেয়াৰমেন জি মাধৱন নায়াৰে কৈছিল, ‘বিশ্বৰ প্ৰথমশাৰীৰ মহাকাস গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ তুলনাত বহু কম দৰমহা পাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গৱেষকসকলে। তাৰপিছতো কিন্তু তেওঁলোকে মনেৰে কাম কৰে। খুব কম টকাৰ বিনিময়ত একাধিক মিছন তেওঁলোকে সম্ভৱ কৰি তুলিছে।’ ইছৰোৰ প্ৰাক্তন চেয়াৰমেনৰ এই মন্তব্যৰ পাছত বহুতেই প্ৰশ্ন কৰিছে, ISROৰ বিজ্ঞানীতকৈ NASA-ৰ বিজ্ঞানীৰ দৰমহা কিমান বেছি?

২০১৩ চনৰ ২৩ ডিচেম্বৰৰ দৰমহা নিৰিখ অনুসৰি NASA-ৰ বিজ্ঞানীসকলৰ সৰ্বোচ্চ দৰমহা আছিল বাৰ্ষিক ৯৩ হাজাৰ ১৭৫ ডলাৰ। যি ধন ভাৰতীয় মুদ্ৰাত ৭৭ লাখ ৩০ হাজাৰ ৫৬৬টকা। ২০১৮ চনত OPM পে স্কেল অনুসৰি এজন নতুনকৈ জইন কৰা মহাকাশবিজ্ঞানীৰ গ্ৰেড GS-১২, বছৰত ৬৩ হাজাৰ ৬০০ ডলাৰকৈ দিয়া হয় এইসকলক গৱেষকক। যি ধন ভাৰতীয় মুদ্ৰাত হয়গৈ ৫২লাখ ৭৬ হাজাৰ ৭৮০ টকা। দীৰ্ঘদিন ধৰি কোনো এজন মহাকাশ গৱেষকে নাছাত ভাল কাম কৰিলে তেওঁক ষ্টেপ-১০ৰ ক্ৰম অনুসৰি দৰমহা দিয়া হয়। অৰ্থাৎ এবছৰত তেওঁ লাভ কৰে ৮২ হাজাৰ ৬৮০ ডলাৰ। অৰ্থাৎ ৬৮ লাখ ৫৯ হাজাৰ ৮১৪ টকা।

ইয়াৰোপৰি GS-১৩ পে গ্ৰেডো লাভ কৰে নাছাৰ একাংশ বিজ্ঞানীয়ে। যিসকল ষ্টেপ-১ত আছে তেওঁলোকে বাৰ্ষিক ৭৫ হাজাৰ ৬২৮ ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬২ লাখ ৭২ হাজাৰ ৬৮৪ টকা, ষ্টেপ-৩ ৰ গৱেষকসকলৰ বাৰ্ষিক দৰমহা ৯৮ হাজাৰ ৩১৭ডলাৰ অৰ্থাৎ ৮১ লাখ ৫৮হাজাৰ ৫৩৯ টকা। অন্যান্য একাধিক দেশৰ তুলনাত নাছাৰ বিজ্ঞানীৰ দৰমহা বহু বেছি। ইছৰোৰ বিজ্ঞানীসকলৰ দৰমহা যদি নাছাৰ বিজ্ঞানীৰ সৈতে তুলনা কৰা হয়, তেন্তে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গৱেষকৰ দৰমহা অতি কম। ইছৰোৰ চেয়াৰমেন এছ সোমনাথে মাহিলী প্ৰায় ২লাখ ৫০ হাজাৰ টকা লাভ কৰে বুলি বিভিন্ন সূত্ৰই দাবী কৰে। অৱশ্যে দৰমহাৰ ওপৰিও অন্যান্য ভাট্টাসমূহ ভাৰতীয় মহাকাশ গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীয়ে লাভ কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest News Portal in Assamisro scientistNASANasaScientistSalary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
ডঃ ৰাধাকৃষ্ণণৰ এইকেইটা বাণীয়ে সমাজক জ্ঞানৰ বাৰ্তা দিয়ে… জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

ডঃ ৰাধাকৃষ্ণণৰ এইকেইটা বাণীয়ে সমাজক জ্ঞানৰ বাৰ্তা দিয়ে... জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.