• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

2 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

5 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

6 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

6 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

7 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

7 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

8 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

9 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

9 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

editor by editor
September 20, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, লেখা, সংগীত
0
১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ অন্যতম কৃতী আৰু জনপ্ৰিয় নৃত্য প্ৰশিক্ষক তেওঁ৷ এক দৌ তিন, হাৱাই হাৱাইৰ দৰে গানত নৃত্য কৰিবলৈ শিকাইছিল জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতক৷ শ্ৰী দেৱীৰ দৰে নায়িকাকো তেঁৱেই নৃত্য শিকাইছিল৷ মাত্ৰ ১৭ বছৰ বয়সতে নৃত্য পৰিচালক হিচাপে বলীউডত ভৰি থোৱা নৃত্য পৰিচালক গৰাকী আন কোনো নহয়, তেওঁ হৈছে সৰোজ খান৷

বলীউডত ভৰি দিয়াৰ এক দশক ভিতৰতেই স্বাধীনভাৱে তেওঁ কৰিঅ’গ্ৰাফীৰ কেৰিয়াৰ আৰম্ভ কৰে৷ সুভাষ ঘাইৰ ‘হিৰো’ ছবিত নৃত্যপ্ৰশিক্ষক হিচাপে কাম কৰি সকলোৰে দৃষ্টি কাঢ়ে সৰোজ খানে৷ তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ৷ ১৭ বছৰতেই তেওঁৰ প্ৰথম বিবাহ ইতিমধ্যেই ভাঙিছিল৷ পেছাগত জীৱনে নতুন মূৰ লোৱাৰ সেই সময়তেই তেওঁ দ্বিতীয় বিবাহৰ বাবেও আগবাঢ়িছিল৷ সৰোজে প্ৰথম বিবাহ কৰাইছিল মাত্ৰ ১৩ বছৰ বয়সতে৷ ১৩ বছৰীয়া সৰোজে তেওঁৰ নৃত্যগুৰু ছহনলালক বিয়া কৰাইছিল৷ অৱশ্য প্ৰথম বিবাহৰ সময়ত তেওঁৰ নাম সৰোজ খান নাছিল৷ তেতিয়া তেওঁৰ নাম আছিল নিৰ্মলা নাগপাল৷

সৰোজ খান নামটো দিছিল মাতৃয়েই৷ নিৰ্মলা নামেৰে বিনোদন জগতত জীয়ৰীয়ে খোজ পেলোৱাটো মাতৃয়ে বিচৰা নাছিল সেয়ে নিৰ্মলা নামটো সলনি কৰি মাতৃয়ে নাম দিছিল সৰোজ৷ মাতৃৰ এই নাম সলনিৰ আঁৰৰ প্ৰধান উদ্দেশ্য আছিল তেওঁৰ সন্তানে যে নাচি ধন উপাৰ্জন কৰে সেই কথা কোনোৱে গম পাব নালাগে৷ সৰোজৰ বয়স ১৩ বছৰ হওঁতে তেওঁৰ স্বামীৰ বয়স আছিল ৪৩ বছৰ৷ বিবাহৰ এবছৰৰ পাছত অৰ্থাৎ ১৪ বছৰ বয়সতেই সৰোজৰ কোলালৈ আহিছিল প্ৰথমটো সন্তান৷

প্ৰথম সন্তান জন্মৰ পাছতেই সৰোজে গম পায় যে তেওঁৰ স্বামী সোহনলাল পূৰ্বৰে পৰাই বিবাহিত৷ কেৱল বিবাহিতই নহয় সন্তানো আছে তেওঁৰ৷ ১৯৬৫ চনত সৰোজ দ্বিতীয় সন্তানৰ মাতৃ হয়৷ দুটাকৈ সন্তান জন্মৰ পাছত সোহনলালে কিন্তু সন্তান দুটাক পিতৃ পৰিচয় দিবলৈ মান্তি নহয়৷ সেই বিষয়টোক লৈয়েই বিয়া ভাঙি যায় সৰোজ আৰু সোহনলালৰ৷ প্রথম বিবাহ ভাঙি যোৱাৰ পাছত ১৯৭৫ চনত ব্যৱসায়ী চৰ্দাৰ ৰোশন খানক বিয়া কৰাইছিল সৰোজে৷ তাৰ পাছতেই সৰোজে গ্ৰহণ কৰে ইছলাম ধৰ্ম৷ ইছলাম গ্ৰহণৰ পাছতেই সৰোজৰ টাইটেল হৈ পৰে সৰোজ খান৷

২০২০ চনত ৭১ বছৰ বয়সত মৃত্যু হয় সৰোজ খানৰ৷ বলীউডলৈ তেওঁৰ অৱদান চিৰস্মৰণীয় কৰি ৰাখিবলৈ এখন বায়গ্ৰাফী বনোৱাৰো সিদ্ধান্ত লৈছে পৰিচালক হংসল মেহতা আৰু ভূষণ কুমাৰে৷ সৰোজ খানৰ বায়গ্ৰাফীত অভিনয় কৰিবলৈ আগ্ৰহী বলীউড তাৰকা মাধুৰীয়ে৷ ছবি নিৰ্মাতাসকলৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.