• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

3 months ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

10 minutes ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

2 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

3 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

5 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

6 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

7 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

23 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

24 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

editor by editor
November 12, 2025
in জীৱনশৈলী
0
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জ্যোতিষশাস্ত্ৰত শনিক কৰ্মৰ আধাৰ হিচাপে ধৰা হয়৷ ধাৰণা কৰা হয় শনিয়ে আমাক কৰ্ম অনুসৰি ফল প্ৰদান কৰে৷ ন্যায়ৰ দেৱতা শনিক সকলোতকৈ প্রভাৱশালী আৰু কঠোৰ গ্ৰহ বুলি ধৰা হয়৷ শনিৰ গতি সকলোতকৈ ধীৰ হোৱাৰ ফলত এই গ্ৰহই দীঘলীয়া সময় ধৰি একেই ৰাশিত অৱস্থান কৰে৷
এই প্ৰসংগত জ্যোতিষীয়ে কৈছে যে বৰ্তমান শনি মীন ৰাশিত বক্ৰী অৱস্থাত বিৰাজ কৰিছে৷ অন্যহাতে শনি ৰাজকুমাৰ গ্ৰহ বুধৰ সৈতে নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত কিছু ৰাশিৰ জীৱনলৈ সৌভাগ্যৰ জোৱাৰ আহিব৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ সোণালী সময় আহিব?
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ২৩ নৱেম্বৰ ১২ বাজি ১২ মিনিটত শনি আৰু বুধে এটাই আনটোৰ সৈতে ১২০ ডিগ্ৰীত অৱস্থান কৰিব৷ ফলত এই সময়ত নৱপঞ্চম ৰাজযোগৰ সৃষ্টি হব৷ এই সময়ত বুধে ৰাশি পৰিবৰ্তনেৰে তুলা ৰাশিত প্ৰৱেশ কৰি নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিব৷ নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ভাগ্য খুলিব?

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম ৰাজযোগে আপোনাৰ জীৱনলৈ শুভ সময় কঢ়িয়াই আনিব৷ এই ৰাশিৰ জাতকৰ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নীত হব৷ চাকৰিজীৱীয়ে এই সময়ত ভাল ফল পাব৷ এই সময়ত আকস্মিক ধনলাভৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত ভাল সুযোগ পাব৷ এই সময়ত ভাগ্যৰ সহায়তাত আৰ্থিক স্থিতি মজবুত হব৷ ইয়াৰোপৰি এই সময়ত সম্পত্তি আৰু বিনিয়োগত লাভ পাব পাৰে৷

কুম্ভ ৰাশি

এই ৰাশিৰ জাতকে নৱপঞ্চম ৰাজযোগত সুখবৰ পাব পাৰে৷ আপোনাৰ জীৱনলৈ সুখৰ খবৰ আহিব৷ এই সময়ত আপোনাৰ জীৱনত শনিৰ চাৰে সাতিৰ শেষ পৰ্যায় চলিছে৷ ইয়াৰ ফলত ধীৰে ধীৰে পৰিস্থিতিৰ উন্নতি হব৷ ইয়াৰ সৈতে এই সময়ত জীৱনত শুভ পৰিবৰ্তন দেখা যাব৷ এই সময়ত আপোনাৰ জীৱনত ভাগ্যৰ সংগ পাব৷ আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো সফলতা পাব৷ এই সময়ত স্বাস্থ্য বিষয়ক ক্ষেত্ৰত নজৰ দিয়াটো প্ৰয়োজন৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে শনি আৰু বুধৰ নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ হব৷ এই সময়ত দীঘলীয়া সময় ধৰি চলি থকা কোনো অশান্তি দূৰ হব৷ ইয়াৰ সৈতে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত লাভ হব পাৰে৷ ইয়াৰোপৰি যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন সুযোগ পাব৷ এই সময়ত কোনো পৰিকল্পনা থাকিলে সফল হব৷ এই সময়ত আৰ্থিক স্থিতি মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন