• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?

নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?

4 years ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

32 seconds ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

38 minutes ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

2 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

3 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

3 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

3 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

4 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

14 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?

editor by editor
August 31, 2022
in নিয়োগ
0
নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?
0
SHARES
34.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সৰ্ববৃহৎ বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকত একেলগে তিনিটা শাখাৰ নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। আজি অৰ্থাৎ ৩১ আগষ্টৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আবেদনৰ শেষ তাৰিখ ২০ ছেপ্টেম্বৰ ২০২২। ইচ্ছুক প্ৰাৰ্থীয়ে www.sbi.co.in/careers ত গৈ আবেদন কৰিব পাৰিব।

মুঠ ৭০০ ৰো অধিক পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান কৰা পদবোৰ হৈছে ক্ৰমে সহকাৰী প্ৰবন্ধক, উপ-প্ৰবন্ধক, জ্যেষ্ঠ বিশেষজ্ঞ কাৰ্যবাহী, পৰিচালক, কেন্দ্ৰীয় পৰিচালনা দল, প্ৰকল্প বিকাশ প্ৰবন্ধক, সম্পৰ্ক প্ৰবন্ধক, বিনিয়োগ বিষয়া, জ্যেষ্ঠ সম্পৰ্কৰক্ষী প্ৰবন্ধক, সম্পৰ্কৰক্ষী প্ৰবন্ধক, আঞ্চলিক মুৰব্বী, গ্ৰাহক সম্পৰ্কৰক্ষী কাৰ্যবাহী, মেনেজাৰ আৰু চিষ্টেম অফিচাৰ আদি।

লগতে পঢ়ক ১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

খালী পদৰ বিৱৰণ

সম্পদ ব্যৱস্থাপনা ব্যৱসায়িক নিযুক্তি

ৱেল্থ মেনেজমেণ্ট বিজনেছ ৰিক্ৰুইটমেণ্ট

মেনেজাৰ( ব্যৱসায় প্ৰচেছ)- ১

চেণ্ট্ৰেল অপাৰেচনছ টিম – ২

মেনেজাৰ বিজনেছ ডেভেল’পমেণ্ট- ২

প্ৰজেক্ট ডেভেল’পমেণ্ট মেনেজাৰ – ২

ৰিলেচনশ্বীপ মেনেজাৰ – ৩৩৫

ইনভেষ্টমেণ্ট অফিচাৰ – ৫২

ছিনিয়ৰ ৰিলেচনশ্বীপ মেনেজাৰ – ১৪৭

ৰিলেচনশ্বীপ মেনেজাৰ (টিম লীড) – ৩৭

ৰিজ’নেল – ১২

কাষ্টমাৰ ৰিলেচনশ্বীপ এক্সুকেটিভ – ৭৫

ৰিক্ৰুইটমেণ্ট সম্পৰ্কীয় কম্পিউটাৰ বিই বিটেক

এছিষ্টেণ্ট মেনেজাৰ –(ডট নেট ডেভ’লপাৰ) – ৪

ডেপুটি মেনেজাৰ (ডট নেট ডেভ’লপাৰ) – ৪

এছিষ্টেণ্ট মেনেজাৰ (জাভা ডেভ’লপাৰ) – ৪

ডেপুটি মেনেজাৰ (জাভা ডেভ’লপাৰ) – ৪

ডেপুটি মেনেজাৰ (এআই/এমএল ডেভ’লপাৰ) – ১

এছিষ্টেণ্ট মেনেজাৰ উইণ্ড’ছ এডমিষ্ট্ৰেট’ৰ – ২

এছিষ্টেণ্ট মেনেজাৰ লিনুক্স এডমিষ্ট্ৰেট’ৰ – ২

লগতে পঢ়ক বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ

ডেপুটি মেনেজাৰ- ডাটাবেছ এডমিষ্ট্ৰেট’ৰ – ১

ডেপুটি মেনেজাৰ- এপ্লিকেচন চাৰ্ভাৰ এডমিষ্ট্ৰেট’ৰ – ১

ডেপুটি মেনেজাৰ- অ’ট’মেচন টেষ্ট ইঞ্জিনিয়াৰ – ১

ছিনিয়ৰ স্পেচিয়েল এক্সুকেটিভ- ইণফ্ৰাষ্ট্ৰাকচাৰ অ’পাৰেচন – ১

ছিনিয়ৰ স্পেচিয়েল এক্সুকেটিভ- ডেভ  অপ – ১

ছিনিয়ৰ স্পেচিয়েল এক্সুকেটিভ- ক্লাউড নেটিভ ইঞ্জিনিয়াৰ – ১

ছিনিয়ৰ স্পেচিয়েল এক্সুকেটিভ- ইমাৰ্জিং টেকন’ল’জি – ১

ছিনিয়ৰ স্পেচিয়েল এক্সুকেটিভ- মাইক্ৰ’চাৰ্ভিছ ডেভেল’পাৰ – ১

ডাটা বিজ্ঞানী পদত নিযুক্তিৰ বাবে

মেনেজাৰ – ডাটা ছায়েণ্টিছ স্পেচিয়েলিষ্ট – ১১

ডেপুটি মেনেজাৰ – ডাটা ছায়েণ্টিছ স্পেচিয়েলিষ্ট – ৫

ছিষ্টেম অফিচাৰ স্পেচিয়েলিষ্ট ডাটাবেচ – এডমিষ্ট্ৰেটৰ, এপ্লিকেচন ন, ছিষ্টেম এডমিষ্ট্ৰেটৰ – ৩

নিযুক্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তাৰিখ

২০২২ অধিসূচনা মুক্তিৰ তাৰিখ – ৩০ আগষ্ট ২০২২

২০২২ অনলাইন আবেদন আৰম্ভৰ তাৰিখ – ৩১ আগষ্ট ২০২২

নিযুক্তি ২০২২ অনলাইন আবেদন অন্তিম তাৰিখ – ২০ ছেপ্টেম্বৰ ২০২২

পৰীক্ষাৰ তাৰিখ – ৮ অক্টোবৰ ২০২২

এডমিট কাৰ্ড ডাউনলোডৰ তাৰিখ – ০১ অক্টোবৰ ২০২২

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Asom Live Careerassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamsbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

March 19, 2026
৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?
জীৱনশৈলী

৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

August 11, 2025
ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডেৰে??
জীৱনশৈলী

ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডেৰে??

May 28, 2025
Next Post
ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…

ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…

প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.