• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাচুল

আপোনাৰ শিশুটিৰ পঢ়াৰ নামত কিমান খৰচ কৰিছে? জুনিয়ৰ কেজিৰ এখন মাচুলৰ ৰচিদে তোলপাৰ লগাইছে ইণ্টাৰনেটত

2 years ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

15 minutes ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

24 minutes ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

58 minutes ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

1 hour ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

2 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

2 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

2 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

3 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

3 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

4 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

4 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

আপোনাৰ শিশুটিৰ পঢ়াৰ নামত কিমান খৰচ কৰিছে? জুনিয়ৰ কেজিৰ এখন মাচুলৰ ৰচিদে তোলপাৰ লগাইছে ইণ্টাৰনেটত

editor by editor
December 11, 2023
in শিক্ষা
0
মাচুল
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ সন্তানক ভাল শিক্ষানুষ্ঠান এখনত পঢ়ুওৱাৰ সপোন প্ৰায়সংখ্যক অভিভাৱকৰে থাকে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সন্তানক পঢ়ুওৱা খৰচৰ কথা হয়তো নকলেও হ’ব। নামভৰ্তিৰ বাবে হেতাওপৰা লাগে নামী-দামী শিক্ষানুষ্ঠানসমূহত। নামভৰ্তিৰ বাবদ ভৰিব লাগে বুজন পৰিমাণৰ ধন। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে বিভিন্ন শিতানত সংগ্ৰহ কৰে হাজাৰ হাজাৰ টকা। এনে সময়ত সামাজিক মাধ্যমত ব্যক্তিগত শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ এখন বিশেষ ৰচিদ ভাইৰেল হৈছে।
উচ্চ শাখা, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ৰ কথা বাদেই; কেজি শাখাৰ নামভৰ্তিৰ মাচুলে এতিয়া চকু কপালত তুলিছে বহুতৰ। জুনিয়ৰ কেজি শ্ৰেণীৰ নামভৰ্তিসহ বাৰ্ষিক মাচুলৰ এখন ৰচিদ এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত। সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ হোৱা জুনিয়ৰ কেজি শাখাৰ মাচুলৰ ৰচিদখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰচিদখনৰ এক বিশেষ শাখাৰ মাচুলৰ বিষয়ে যথেষ্ট চৰ্চা হৈছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটোখন অনুসৰি নাম প্ৰকাশ নকৰা শিক্ষানুষ্ঠানখনে জুনিয়ৰ কেজি শাখাৰ মাচুল ৰচিদত অভিভাৱকৰ প্ৰশিক্ষণৰ বাবদ সংগ্ৰহ কৰা মাচুলে চৰ্চা লাভ কৰিছে। ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ বাবে শিক্ষানুষ্ঠানখনে নিৰ্ধাৰণ কৰা মাচুলে আচৰিত কৰি তুলিছে সকলোকে। অভিভাৱকৰ প্ৰশিক্ষণৰ বাবদ নিৰ্ধাৰণ কৰিছে ৮,৪০০ টকা। ইয়াকে লৈ সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন কমেণ্টো কৰিছে।
শিক্ষানুষ্ঠানখনে জুনিয়ৰ কেজি শ্ৰেণীৰ নামভৰ্তিৰ বাবদ ৫৫,৬৩৮ টকা ধাৰ্য কৰাৰ উপৰিও বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰিছে ২৮,৩১৪ টকা। ইয়াৰ উপৰি ডেভেলপমেণ্ট ফীজ ১৩,৯৪৮ টকা আৰু টিউচন ফীজ ২৩,৭৩৭ টকা নিৰ্ধাৰণ কৰা হৈছে। ফটোখন শ্বেয়াৰ কৰি এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কেপচনত লিখিছে, ‘এতিয়াহে বুজিছো দেউতাই মোক কিয় চৰকাৰী বিদ্যালয়ত পঢ়ুৱাইছিল’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: parents orientationprivate schoolschool fees
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

March 19, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
Next Post
ফুচকাৱালা

চৰকাৰী চাকৰীয়ালতকৈও অধিক! এগৰাকী ফুচকাৱালাৰ উপাৰ্জন শুনিলে হতবাক হ'ব আপুনি

অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.