• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ

কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ

2 years ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

2 minutes ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

51 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

1 hour ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

2 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

3 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

3 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

5 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

5 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

6 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

6 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ

editor by editor
August 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ

সমগ্ৰ দেশ তোলপাৰ লগোৱা তথা দেশ কঁপাই যোৱা কলিকতাৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা ঘটনাই চাৰিওফালে পৰিৱেশ উত্তপ্ত কৰি থকাৰ সময়তে এইবাৰ এইখন অসমত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী চাত্ৰী।

টিউচনৰ পৰা উভতি অহাৰ পথত দলবদ্ধ ধৰ্ষণৰ বলি হয় কিশোৰী ছাত্ৰীগৰাকী। নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এই অমানৱিক ঘটনা।

ধিঙত সন্ধিয়া প্ৰায় ৭ মান বজাত সংঘটিত হৈছে এই জঘন্য ঘটনা। টিউচনৰ পৰা ঘৰলৈ বুলি যোৱাৰ পথত ধৰ্ষণৰ বলি হ’ল এইগৰাকী কণমানি কিশোৰী ।

টিউচনৰ পৰা ঘৰলৈ ঘুৰি অহাৰ পথত নিৰ্জনতাৰ সুযোগ লৈ পাষণ্ডৰ দলে ধৰ্ষণ কৰে দশম শ্ৰেণীৰ অধ্যয়নৰত কিশোৰীগৰাকীক। ধৰ্ষণকাৰীয়ে কিশোৰী গৰাকীক ধৰ্ষণ কৰি উঠি মুমূৰ্ষ অৱস্থাত জংঘলত পেলাই থৈ যায়।

তেনেদৰেই জংঘলত প্ৰায় এক ঘণ্টা মান সময় ধৰি চটফটাই থাকে কিশোৰী ছাত্ৰীগৰাকী। অৱশেষত পথচাৰীয়ে প্ৰত্যক্ষ কৰাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

পথৰ দাঁতিত সম্পূৰ্ণ উলংগ অৱস্থাত পৰি আছিল কিশোৰী গৰাকী। পথাচাৰীয়ে ছাত্ৰগৰাকীক দেখা মাত্ৰেই ধিং আৰক্ষীৰ খবৰ দিয়ে।

লগে লগেই ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীক মুমূৰ্ষ অৱস্থাত উদ্বাৰ কৰি ধিং FRU ত ভৰ্তি কৰে যদিও , অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও টাউনলৈ প্ৰেৰণ কৰে।

বৰ্তমানে ঘটনাক কেন্দ্ৰ কৰি ধিঙত অব্যাহত তীব্ৰ উত্তেজনা। ছাত্ৰীগৰাকীৰ বাবে ৰািজপথলৈ ওলাই আহিছে শ শ জনতা,  হাস্পতালো ভিৰ কৰিছে উত্তেজিত জনতাই। দোষীক অনতিপলমে কৰায়ত্ত কৰি জনতাই উচিত শাস্তিৰ দাবী জনায়।

আনহাতে অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ ঘোষণা আৰক্ষী প্ৰশাসনৰ। দোষীৰ সন্ধানত ইতিমধ্যে ঘেৰাও কৰিছে নগাঁও জিলা। চাৰিওফালে দোষাৰ সন্ধানত নামি পৰিছে আৰক্ষীৰ দল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dhing PoliceDhing Rape CaseNogaon PoliceNogaon Rape Caserape caseScholl Girl rape Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নি/ৰ্যা/ত/ন/ৰ গোচৰত শীৰ্ষত BJP, ৰাজ্য হিচাপে আগুৱাই আছে পশ্চিমবংগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.