• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্ত পৰাৰ দিশে ক’ৰোনাসৃষ্ট অচলাৱস্থা, পাঁচমাহৰ অন্তত পুনৰ খোল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ

অন্ত পৰাৰ দিশে ক’ৰোনাসৃষ্ট অচলাৱস্থা, পাঁচমাহৰ অন্তত পুনৰ খোল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ

5 years ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

52 minutes ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

1 hour ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

3 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

4 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

5 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

6 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

6 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

15 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অন্ত পৰাৰ দিশে ক’ৰোনাসৃষ্ট অচলাৱস্থা, পাঁচমাহৰ অন্তত পুনৰ খোল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ

editor by editor
September 6, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, শিক্ষা
0
অন্ত পৰাৰ দিশে ক’ৰোনাসৃষ্ট অচলাৱস্থা, পাঁচমাহৰ অন্তত পুনৰ খোল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাই সৃষ্টি কৰা অচলাৱস্থাৰ অন্ত পৰাৰ দিশে। আশাৰ ৰেঙনিৰে লাহে লাহে ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। পাঁচমাহে বন্ধ হৈ থকা একাংশ শিক্ষানুষ্ঠানৰ দুৱাৰ সোমবাৰে পুনৰ খোল খালে। দীঘলীয়া সময়ৰ একপ্ৰকাৰ বিচ্ছেদৰ অন্তত পুনৰ শ্ৰেণী কোঠাত মিলিত হ’ল একাংশ শিক্ষক-শিক্ষাৰ্থী। অৱশ্যে, শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ  সেৰেঙা উপস্থিতি পৰিলক্ষিত হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত ষাণ্মাসিক, কাৰিকৰী আৰু নাৰ্চিঙৰ পাঠদান আৰম্ভ হ’ল। ছেনিটাইজেশ্যন আৰু মাস্ক পৰিধান, দূৰত্ব ৰক্ষাত সকলো শিক্ষানুষ্ঠানেই বিশেষ গুৰুত্ব দিয়ে। ইপিনে ২১ মে’ৰ পৰা বন্ধ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ মুকলি হ’ল। গুৱাহাটীৰ তিনিওটা ঘাটৰ পৰা আজি ফেৰী চলিল। পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ চলিব ফেৰী। ক’ভিদ বিধি মানি ১০০ শতাংশ যাত্ৰীয়ে ফেৰীত যাত্ৰা কৰিব পাৰিব । সকলোৰে আশা পুনৰ কৰ’নাই বিঘ্নিত নকৰক স্বাভাৱিক হ’ব ধৰা এই ধাৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24 ownerassam live 24 todayassam live24axom live 24school reopen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!
শিক্ষা

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

October 17, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!
বিশ্ব

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

October 17, 2026
Next Post
সুৰংগৰে বিমান উৰুৱাই একেসময়তে ৫টা বিশ্ব ৰেকৰ্ড ষ্টাণ্ট পাইলটৰ

সুৰংগৰে বিমান উৰুৱাই একেসময়তে ৫টা বিশ্ব ৰেকৰ্ড ষ্টাণ্ট পাইলটৰ

শান্তি চুক্তিৰে শান্তি ঘূৰি আহিবনে কাৰ্বি ভূমিলৈ?

শান্তি চুক্তিৰে শান্তি ঘূৰি আহিবনে কাৰ্বি ভূমিলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.