অসম বিধানসভাৰ নির্বাচন। ১ এপ্ৰিলত দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিত ভোটগ্ৰহণ, ৩৯টা সমষ্টিত ৩৪৫ গৰাকী প্ৰার্থী। দ্বিতীয় পর্যায়ৰ ৩৯টা সমষ্টিত ভোটাৰৰ সংখ্যা ৭৩,৪৪,৬৩১। ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ, ৩৬,০৯,৯৫৯ গৰাকী মহিলা ভোটাৰ। ইয়াৰ মাজত তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ১৩৫ জন। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদানৰ সময়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ