• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

1 hour ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 minutes ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

46 minutes ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

2 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
February 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি গ্ৰহৰাজে আগন্তুক ১৮ মাৰ্চত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ তাৰ ২ দিন পাছতেই ২১ মাৰ্চ ২০২৬ত শনিয়ে সেই একেই নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ফলত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰতেই তৈয়া হব সূৰ্য আৰু শনিৰ মাজত বিৰল সংযোগ৷ অৰ্থাৎ সূৰ্য আৰু শনিৰ মিলন মানেই পিতা-পুত্ৰৰ মিলন৷ আকৌ এই উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি স্বয়ং শনি৷ জ্যোতিষ অংকই কৈছে পিতা-পুত্ৰৰ মিলনত ভাগ্য খুলিব বিশেষ ৫ৰাশিৰ৷ পিতা-পুত্ৰৰ মিলনৰ সুফল পাব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে সূৰ্য-শনিৰ সংযোগ দশম ঘৰত প্রভাৱ পেলাব৷ যিয়ে এই ৰাশিৰ কৰ্মফলৰ ঘৰ৷ যাৰ দীৰ্ঘদিন ধৰি পদোন্নতি বা নতুন চাকৰি বিচাৰিলে সেই ইচ্ছাও পূৰণ হব৷ চৰকাৰী ক্ষেত্ৰত যিসকল আছে তেওঁলোকে উচ্চপদ আৰু সন্মান পাব পাৰে৷ জীৱনত সুখ বাঢ়িব, আয়ৰ নতুন উৎস তৈয়াৰ হব আৰু সমাজত প্ৰতিপত্তি বাঢ়িব৷

সিংহ ৰাশি

উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত সূৰ্য আৰু শনিৰ সংযোগ সিংহ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব৷ পিতা-পুত্ৰৰ যুঁটিয়ে ব্যৱসায়ত প্ৰচুৰ আৰ্থিক লাভ কঢ়িয়াই আনিব৷ চাকৰিয়ালৰ আয় উল্লেখযোগ্যভাৱে বাঢ়িব৷ ৰৈ থকা কাম এইবাৰ শেষ কৰিব পাৰিব৷ কোনো সম্পত্তিত বিনিয়োগ কৰিলে লাভৱান হব পাৰে৷

তুলা ৰাশি

উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত সূৰ্য আৰু শনিৰ এই সংযোগে আপোনাৰ সুপ্ত সৌভাগ্যক জগাই তুলিব৷ এই সময়ত ৰৈ থকা কাম হঠাৎ আগবাঢ়িব পাৰে৷ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাবলৈ ইচ্ছুকসকলৰ বাবে ই ভাল প্ৰমাণিত হব৷ বিনিয়োগ লাভজনক হব৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বাঢ়িব৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক সহায়তা পাব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবেও এই সংযোগে জীৱনলৈ আৰাম আৰু বিলাসিতা আনিব৷ যদি নতুন বাহন ক্ৰয়ৰ পৰিকল্পনা আছে তেন্তে এই সম. আপোনাৰ বাবে অত্যন্ত শুভ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে বুজাপৰা বাঢ়িব৷ সম্পৰ্কৰ উন্নতি হব৷ বিৰেয় এষ্টেটৰ ব্যৱসায়ত যিসকল আছে তেওঁলোকে যথেষ্ট লাভ কৰিব পাৰে৷ কোনো আইনী জটিলতা থাকিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ উত্তৰ ভাদ্ৰপদো শনিৰেই অধীনৰ নক্ষত্ৰ৷ সেয়ে এই সংযোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে ফলপ্ৰসূ হব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবেও এই সময় ব্যৱসায় প্ৰসাৰৰ সুবৰ্ণ সময়৷ আপোনাৰ পূৰ্বৰ পৰিকল্পনা সফল হব৷ ব্যৱসায় প্ৰসাৰিত হব৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনাও থাকিব৷ শনিৰ আশীৰ্বাদত দীৰ্ঘদিনৰ আৰ্থিক সমস্যাৰ অৱসান ঘটিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?
জীৱনশৈলী

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
Next Post
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.