• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ADRE পৰীক্ষাৰ প্ৰৱেশৰ তালাচীত যুৱতীৰ ব্যক্তিগত অংগত হাত দিয়া কাৰ্যৰ পাছতে এতিয়া প্ৰকাশ পাব SOP, মুখ্যমন্ত্ৰীৰ ঘোষণা

ADRE পৰীক্ষাৰ প্ৰৱেশৰ তালাচীত যুৱতীৰ ব্যক্তিগত অংগত হাত দিয়া কাৰ্যৰ পাছতে এতিয়া প্ৰকাশ পাব SOP, মুখ্যমন্ত্ৰীৰ ঘোষণা

2 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

9 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

9 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

9 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

11 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

11 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

12 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

13 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

13 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

14 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

15 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ADRE পৰীক্ষাৰ প্ৰৱেশৰ তালাচীত যুৱতীৰ ব্যক্তিগত অংগত হাত দিয়া কাৰ্যৰ পাছতে এতিয়া প্ৰকাশ পাব SOP, মুখ্যমন্ত্ৰীৰ ঘোষণা

editor by editor
September 16, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ADRE পৰীক্ষাৰ প্ৰৱেশৰ তালাচীত যুৱতীৰ ব্যক্তিগত অংগত হাত দিয়া কাৰ্যৰ পাছতে এতিয়া প্ৰকাশ পাব SOP, মুখ্যমন্ত্ৰীৰ ঘোষণা
0
SHARES
636
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ADRE পৰীক্ষাৰ প্ৰৱেশৰ তালাচীত যুৱতীৰ ব্যক্তিগত অংগত হাত দিয়া কাৰ্যৰ পাছতে এতিয়া প্ৰকাশ পাব SOP, মুখ্যমন্ত্ৰীৰ ঘোষণা

কালি ১৫ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায় অসম চৰকাৰৰ তৃতীয় বৰ্গৰ প্ৰথমটো পৰীক্ষা। উচ্চ মাধ্যমিক স্তৰৰ অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত কেইবালাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হয়। সুকলমে অনুষ্ঠিত হৈ যায় পৰীক্ষা।

ইয়াৰ মাজতে এটা অতি স্পৰ্শকাতৰ অভিযোগ উত্থাপন হৈছে৷ নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্টবলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কেৱল সেইগৰাকী ছাত্ৰীয়েই নহয়, কেন্দ্ৰটোৰ সকলো ছাত্ৰীৰে সৈতে তেনে কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ তোলে।

সামাজিক মাধ্যমত এটা পোষ্ট কৰি ছাত্ৰীগৰাকীয়ে সদৰি কৰে এই ঘটনাৰ বিষয়ে। পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে শৰীৰৰ এখন এখনকৈ কাপোৰ সোলোকাই, অন্তৰ্বাস পৰ্যন্ত সোলোকাই ব্যক্তিগত অংগতো হাত দিয়ে বুলি সদৰি কৰে।

যি কাণ্ড সদৰি হোৱাৰ পাছতে সমগ্ৰ অসমজুৰি হৈ চৈ লাগি যায়। বহু লোকে এই ক্ষেত্ৰত ছাত্ৰীগৰাকীৰ লগত ঠিয় দিয়াৰ বিপাৰীতে বহু লোকে এই কাণ্ডক সমৰ্থন কৰি ছাত্ৰীগৰাকীৰ বিৰুদ্ধে মাত দিয়ে। কিন্তু অসম চৰকাৰৰ আৰক্ষীয়ে তীব্ৰ বিৰোধীতা কৰিছে এই কাণ্ডৰ।

এই কাণ্ডৰ বিষয়ে জানিব পৰাৰ লগে লগে সমগ্ৰ ঘটনাত বিশেষ তদন্তৰ নিৰ্দেশ দিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই ঘটনাক নিকৃষ্টি আখ্যা দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয়- বিষয়টো চিন্তনীয় আৰু সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটিৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। মোৰ তথা এখন সমাজৰ বাবে আমাৰ মাতৃ-ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ।

লগতে লক্ষিমপুৰৰ আন এক ঘটনাৰ বিষয়েও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেখেতে কয় – উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়েও মোক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে অৱগত কৰালে৷ য’ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হয়।

যাৰ বাবে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰীয় সামাজিক মাধ্যমত এক পোষ্টৰ জড়িয়তে সদৰি কৰা অনুসৰি অনতি পলমে প্ৰকাশ কৰিব বিশেষ SOP, পৰীক্ষা হলত প্ৰৱেশৰ নামত প্ৰকাশ পাব এই এছ অ পি।

পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছ অ’ পি প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Government JobGovt Job ExamGuwhatiJob Exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
‘মালিচ ভাল লাগিছেনে’ , দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী

'মালিচ ভাল লাগিছেনে' , দুধনৈত মহাকৰ কামনাৰ বলি ভাগিনী

কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

কেমো থেৰাপীৰ মাজতে কইনাৰ সাজত হিনা খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.