• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

6 months ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

11 minutes ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

54 minutes ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

2 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

3 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

editor by editor
October 28, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন-সম্পদ, ভোগ বিলাস আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ শুক্ৰই যেতিয়া নিজৰ ৰাশি তুলাত গোচৰ কৰে তেতিয়াই মালব্য ৰাজযোগ নামেৰে এক বিৰল আৰু অত্যন্ত শুভ যোগৰ সৃষ্টি হয়৷ জ্যোতিষশাস্ত্ৰত এই পাঁচটা মহাপুৰুষ ৰাজযোগৰ অন্যতম হিচাপে গণ্য৷

২ নৱেম্বৰ ২০২৫ঃ শুক্ৰৰ শুভ গোচৰ

আগন্তুক ২ নৱেম্বৰত শুক্ৰ গ্ৰহই গোচৰ কৰি নিজৰ ৰাশি তুলাত প্ৰৱেশ কৰিব৷ এই গোচৰৰ ফলত মালব্য ৰাজযোগ সৃষ্টি হ’ব যি ২৬ নৱেম্বৰ পৰ্যন্ত থাকিব৷ এই সময়ত এনে কিছু শুভ গ্ৰহ সংযোগ হ’ব যিয়ে তিনিটা ৰাশিৰ জাতকৰ জীৱনলৈ নতুন কৰ্মসুযোগ, অৰ্থলাভ আৰু সমৃদ্ধিৰ দ্বাৰ খুলি দিব৷ বছৰৰ শেষত ডাঙৰ লাভৰ মুখ দেখিব৷ জানি থওক কোন কোন ৰাশি এই বিশেষ সৌভাগ্যৰ অধিকাৰী হ’ব?

তুলা ৰাশি

এই ৰাজযোগৰ সৰ্বাধিক শুভ প্ৰভাৱ পৰিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাৰণ শুক্ৰই নিজৰ স্বৰাশিতেই ৰাজযোগ গঠন কৰিছে৷ এই সময়ত ব্যক্তিত্বলৈ নতুন আভা আহিব৷ অৰ্থ আৰু সম্পত্তি বৃদ্ধি পাব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ অবিবাহিতসকললৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়িক অংশীদাৰিত্বত ডাঙৰ মুনাফা হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকেও এই সময়ত অপ্ৰত্যাশিতভাৱে উপকৃত হ’ব৷ চাকৰিয়ালৰ পদোন্নতিৰ সুযোগ আহিব৷ উচ্চপদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে৷ ব্যৱসায়ত নতুন উচ্চতা আৰু হঠাৎ অৰ্থলাভৰ সম্ভাৱনা প্ৰৱল৷ সন্মান আৰু প্রভাৱ বৃদ্ধি পাব৷ জীৱনত আনন্দ উপভোগ কৰিব৷

ধনু ৰাশি

মালব্য ৰাজযোগে ধনু ৰাশিৰ জাতকৰ বাবেও বিশেষ শুভ ফল আনি দিব৷ আয়ৰ নতুন উৎস সৃষ্টি হব৷ বিনিয়োগত মুনাফা আহিব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ৰৈ থকা অৰ্থ উভতাই পাব পাৰে৷ ভাগ্যচক্ৰ ঘূৰি যাব৷ কোনো সুখবৰ লাভৰো যোগ আছে৷

এই শুভ সময়ত শুক্ৰৰ আশীৰ্বাদত তিনিটা ৰাশিৰ জাতকৰ জীৱনলৈ উন্নতি ঐশ্বৰ্য আৰু আনন্দৰ অভিজ্ঞতা আহিব৷ এই সময়ক কামত লগাতলে ২০২৫ চন তেওঁলোকৰ বাবে স্মৰণীয় বছৰ হৈ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন