• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?

টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?

8 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

18 minutes ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 hour ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

6 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?

টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?

editor by editor
June 27, 2025
in জীৱনশৈলী
0
টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুক্ৰগোচৰ ২৯ জুন ২০২৫ঃ জ্যোতিষশাস্ত্ৰত শুকুৰবাৰক সম্পদৰ দাতা লক্ষ্মীৰ নামত উৎসৰ্গা বুলি কোৱা হয়৷ শুক্ৰই সময়ে সময়ে আকৌ ৰাশি পৰিবৰ্তন কৰে৷ ২৯ জুনত শুক্ৰই মেষ ৰাশি এৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ বৃষ ৰাশিৰ গোচৰৰ পৰাই কেইটামান ৰাশিৰ জাতক জাতিকাই ইতিবাচক ফলাফল পাবলৈ আৰম্ভ কৰিব৷ এই ৰাশিৰ জাতকে এই সময়কালত আৰ্থিকভাৱে লাভৰ মুখ দেখাৰ সৈতে কেৰিয়াৰতো উন্নতি কৰিব পাৰে৷ জানি থওক শুক্ৰৰ বৃষ ৰাশিত গোচৰে কোন কোন ৰাশিৰ জাতকক উপকৃত কৰিব?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে শুক্ৰৰ গোচৰৰ ফলত চাকৰিত পদোন্নতি পাব পাৰে৷ এই সময়ত কৰ্মক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব৷ সপোন পূৰণ হোৱাৰ যোগ৷ আপোনাৰ কোনো পুৰণি বন্ধুৰ সৈতে দেখা হব পাৰে৷ হঠাৎ আৰ্থিক লাভ হব পাৰে যিয়ে আপোনাৰ আৰ্থিক অৱস্থাক শক্তিশালী কৰিব৷ স্বাস্থ্যৰ উন্নতি হব৷ ব্যৱসায় বৃদ্ধি পাব৷ আপুনি ধৰ্মীয় কাৰ্যকলাপত অংশ লব৷

সিংহ ৰাশি

শুক্ৰৰ গোচৰৰ কাৰণে সিংহ ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ পেছাগত জীৱনত বৃহৎ সাফল্য পাব পাৰে৷ পিতৃৰ সহায়ত আৰ্থিক লাভ কৰিব পাৰে৷ পৰিয়ালত সুখ আহিব৷ সুসংবাদ পাব পাৰে৷ বিবাহিত জীৱন ভালেই থাকিব৷ স্বাস্থ্যৰ উন্নতি হব৷ সম্পদ বৃদ্ধি পাব৷ চাকৰিত পদোন্নতিৰ ওপৰিও আয় বৃদ্ধি পাব পাৰে৷

কুম্ভ ৰাশি

শুক্ৰৰ গোচৰত কুম্ভ ৰাশিৰ জাতক জাতিকা উপকৃত হব৷ শুক্ৰৰ প্ৰভাৱত আপোনাৰ মাটি, ঘৰ আৰু যানবাহন ক্ৰয়ৰ সম্ভাৱনা আছে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব যিয়ে আৰ্থিক দিশক শক্তিশালী কৰিব৷ সামাজিক সন্মান বৃদ্ধি পাব৷ কামত বাধা বিপত্তি থাকিলে দূৰ হব৷ চাকৰিত অগ্ৰগতি কৰিব পাৰে৷ স্বাস্থ্য সংক্ৰান্তিয় সমস্যাৰ অৱসান হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?

সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?

‘কাঁটা লাগা’ৰ পাছতেই কমাইছিল কাম, দীৰ্ঘ ১৫ বছৰ ধৰি কি জটিল ৰোগত ভূগিছিল শেফালি জেৰিৱালাই?

‘কাঁটা লাগা’ৰ পাছতেই কমাইছিল কাম, দীৰ্ঘ ১৫ বছৰ ধৰি কি জটিল ৰোগত ভূগিছিল শেফালি জেৰিৱালাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.