ইতিমধ্যেই সমগ্ৰ ৰাজ্যজুৰি আৰক্ষী উপ-পৰিদৰ্শকৰ প্ৰশ্নকাকত কেলেংকাৰিক লৈ সকলো সৰৱ হৈছে। মুখ্যমন্ত্ৰীয়েও এইক্ষেত্ৰত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষীক শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে আৰক্ষী তথা ক্ৰাইম ব্ৰান্সে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত এতিয়াও অব্যাহত। আজি তদন্ত তথা কেইবাটাও বিষয়ত SI পৰীক্ষাৰ কেলেংকাৰি সন্দৰ্ভত সংবাদমেল ডিজিপি ভাস্কৰজ্যোতি মহন্তই সংবাদমেল সম্বোধন কৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ