• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

4 years ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

22 minutes ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

55 minutes ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

2 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

3 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

4 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

5 hours ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

একাউণ্টত লক্ষ লক্ষ টকাৰ লেনদেন

editor by editor
June 4, 2022
in অপৰাধ, অসম
0
একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজুলী আৰক্ষীয়ে অসমৰ বিতৰ্কিত আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰিছে৷ তিনিদিন ধৰি চলোৱা মাৰথান জেৰাৰ অন্তত শনিবাৰে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে৷

ইতিমধ্যে মাজুলী আৰক্ষী অধীক্ষক গৌতম বৰাই এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷

জানিব পৰা মতে মাজুলীৰ গড়মুৰ থানাৰ আৰক্ষীয়ে যোৱা তিনিদিন ধৰি জোনমণি ৰাভাক জেৰা চলাই বহু আপত্তিজনক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীৰ দুটা বেংক একাউণ্টত ২০ লাখৰো অধিক টকা জমা হোৱাৰ তথ্য লাভ কৰিছে৷ আৰক্ষীয়ে লাভ কৰা বিভিন্ন আপত্তিজনক তথ্যৰ ভিত্তিতে আৰক্ষীয়ে আজি জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বিহপুৰীয়াৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ ফোন কলৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল কৰি অসমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল জোনমণি ৰাভাই৷ আনকি জোনমণি ৰাভাই অসমৰ লেডী সিংঘমৰো আখ্যা লাভ কৰিছিল৷

কিন্তু প্ৰৱঞ্চনাৰ গোচৰত ভাবী স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহে জোনমণি ৰাভা৷

লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

ৰাণা প’গাগক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে উক্ত প্ৰৱঞ্চৱনাত জোনমণি ৰাভাৰ নামো সাঙুৰ খাই পৰে৷ ইতিমধ্যে ভাবী স্বামী ৰাণা প’গাগৰ সৈতে জোনমণি ৰাভাও ধন সংগ্ৰহ আৰু প্ৰৱঞ্চনাত জড়িত বুলি দুগৰাকী লোকে মাজুলীৰ গড়মূৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷

গড়মূৰ আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিতে জোনমণি ৰাভাক থানালৈ তলব কৰি যোৱা তিনি ধৰি জোনমণি ৰাভাক জেৰা চলাই শনিবাৰে গ্ৰেপ্তাৰ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMajuli PoliceSI Junmoni Rabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?
অসম

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

April 9, 2026
Next Post
গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা...

কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন