বৰ্তমান সময়ত মিউচুৱেল ফাণ্ডত ব্যাপকভাৱে বিনিয়োগ কৰিছে বহুজনে। ইয়াত নূন্যাতম আনুমানিক ৰিটাৰ্ণ ১২ ৰ পৰা ১৪ শতাংশ হব পাৰে। এই ৰিটাৰ্ণ বজাৰৰ ওঠানমাৰ ওপৰত নিৰ্ভৰশীল। SIP কেলকুলেটৰৰ সহায়ত জানি থওক ১০ বছৰৰ বাবে যদি কোনোৱে প্ৰতিমাহে ৪০০০কৈ জমা কৰে তেন্তে মুঠ ফাণ্ড কিমান হব?
যদি কোনো বিনিয়োগকাৰীয়ে ১০ বছৰৰ বাবে প্ৰতিমাহে ৪০০০ টকাৰ SIP কৰে তেন্তে ১২ শতাংশ ৰিটাৰ্ণ অনুসৰি তেওঁৰ মুঠ ফাণ্ড হব ৯,২৯,০০০ টকা।১০ বছৰত তেওঁৰ জমা টকা হব ৪,৮০,০০০ টকা। আৰু সুদ হিচাপে তেওঁ পাব ৪,৪৯,০০০ টকা।
Systematic Investment Plan ক ইনভেষ্টমেণ্ট প্লেনো কোৱা হয়। .ইয়াৰ নামৰ পৰাই বুজিব পাৰি যে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিয়মিত নিৰ্দিষ্ট পৰিমাণৰ টকা বিনিয়োগ পদ্ধতি। SIP–ত আপোনাক বহু ধৰণৰ সুবিধা দিয়া হব যি অন্য কোনো বিনিয়োগ পদ্ধতিত দিয়া নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ