• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

6 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

editor by editor
March 15, 2022
in অসম, ৰাজনীতি
0
বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা জুই বৰষি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখন তুলাধুনা দিয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷

বাজেট অধিবেশনত নিজৰ বক্তব্য ৰাখিবলৈ গৈ বিধায়ক অখিল গগৈয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিফলতাসমূহৰ এফালৰ পৰা উদঙাই যায়৷

কোভিড বিৰোধী যুদ্ধত চৰকাৰে বহুত ক্ৰেডিট ল’ব খুজিছে বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয় যে চৰকাৰে কোভিড সৃষ্ট অৰ্থনৈতিক সংকটৰ পৰা ৰাজ্যখনক উদ্ধাৰৰ বাবে ব্যৱস্থা নল’লে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

লগতে পঢ়ক যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

সুভাষ চন্দ্ৰ দাস প্ৰতিবেদনে দিয়া পৰামৰ্শসনমূহ কিয় গ্ৰহণ কৰা নহ’ল বুলি প্ৰশ্ন কৰি বিধায়ক গগৈয়ে দৈনিক মজুৰী প্ৰাপ্ত, ঠেলাৱালা, ৰিক্সাৱালা, উলা-উবেৰ চালক, পৰিবহণ, হোটেল, পৰ্যটন আদি চলোৱা লোকসকলক ক’ত আৰু কিমান ক্ষতিপূৰণ দিয়া হ’ল বুলিও প্ৰশ্ন কৰে৷

বিধায়ক গগৈয়ে লগতে উল্লেখ কৰে যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা চূৰমাৰ হৈ গ’ল কিন্তু চৰকাৰে কোনো ব্যৱস্থাত গ্ৰহণ নকৰিলে৷ আনহাতে, চৰকাৰে কোভিড বিপৰ্যয় ভালদৰে মোকাবিলা কৰাৰ ফটাঢোল বজোৱা বুলিও অভিযোগ কৰে অখিল গগৈয়ে৷

অখিল গগৈয়ে আৰু অতি গুৰুতৰ অভিযোগ তুলি কয় যে কোভিড বিপৰ্যয়ৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ দেউলীয়া চৰকাৰে সাধাৰণ মানুহখিনিৰ ওপৰত বিভিন্ন ধৰণৰ কৰ কাটল আৰু জৰিমনাৰ ব্যৱস্থা কৰি ৰাজহ সংগ্ৰহ কৰি অত্যাচাৰ কৰি আহিছে৷

লগতে পঢ়ক ‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

হেলমেটৰ নামত জৰিমনা আৰু বেটেৰী ৰিক্সাৰ পৰা ১২ হাজাৰ পৰা ৩৫ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰা হৈছে৷ কোভিড পৰিস্থিতিৰ পিছত এনে চৰকাৰী অত্যাচাৰ সহ্য কৰা নহ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে বিধায়ক অখিল গগৈয়ে৷

ইফালে ছয়জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰতিবেদনৰ কল্প কাহিনী প্ৰচাৰ কৰি ৰাজনীতি কৰা বুলিও বিধায়ক গগৈয়ে অভিযোগ কৰি কৰিছে৷ লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিল উত্থাপন কৰা হৈছে আৰু দুয়োখন সদনে জনজাতিসকলৰ কোনো ক্ষতি নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলিও বিধায়ক গগৈয়ে দাবী জনায়৷

আনহাতে ড্ৰাগছৰ অভিযানক অভিনন্দন জনাইও ড্ৰাগছ সেৱনৰ সংখ্যা ৰাজ্যপালৰ বাজেট ভাষণত কিয় ইমান কম হ’ল বুলিও প্ৰশ্ন কৰে তেওঁ৷ তেওঁ লগতে ড্ৰাগছ কনিভকশ্যনৰ সংখ্যা কম হোৱা আৰু বিশেষকৈ পূৰ্বৰ বিজেপিৰ চৰকাৰৰ তুলনাত ড্ৰাগছ কনিভকশ্যন কম হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি সেই প্ৰশ্নও উত্থাপন কৰে৷

লগতে পঢ়ক ২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

মিছন বসুন্ধৰাক ভাল আঁচনি বুলি অভিহিত কৰি বিধায়ক অখিল গগৈয়ে ইয়াৰ অধীনত গুৱাহাটীৰ পাহাৰ, জলাশয়ৰ পাৰত বাস কৰা খিলঞ্জীয়া লোক, বান-গৰাখহনীয়াত ভূমিহীন হোৱা লোক আৰু মথাউৰিত বাস কৰা লোকসকলক মাটি আৰু জনজাতিসকলক মাটি অধিকাৰ কিয় দিয়া নাই আৰু কেতিয়া দিয়া হ’ব বুলিও প্ৰশ্ন কৰে৷ জনজাতি ভূমি আইন কেতিয়াকৈ কাৰ্যকৰী হ’ব বুলিও চৰকাৰক প্ৰশ্ন কৰে বিধায়ক গগৈয়ে৷

ইফালে ফৰেষ্ট ৰাইট এক্ট কেতিয়াকৈ কাৰ্যকৰী হ’ব সেই প্ৰশ্নৰ উত্তৰো লাগিব বুলি কৈ অখিল গগৈয়ে ১ লাখ নিৱনুৱাৰ নিযুক্তি প্ৰদানৰ কথা কৈ থাকিলেই নহ’ব, অহা ১০ মে’ৰ ভিতৰত চৰকাৰে ১ লাখ চাকৰিত নিযুক্তি প্ৰদান কৰিবই লাগিব বুলি দাবী কৰে৷

চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি পৰ্যন্ত চাহ শ্ৰমিকসকলৰ মজুৰী বৃদ্ধি কৰা হোৱা নাই বুলি উল্লেখ কৰি অতি শীঘ্ৰেই ব্ৰহ্মপুত্ৰ  আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলৰ মজুৰী ৩৫০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে৷

এইদৰে চৰকাৰৰ বিফলতা আৰু ভুৱা প্ৰচাৰসমূহ উদঙাই দি চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলি সকীয়াই দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam budgetassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Akhil Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.