• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি গ’ল নিৰ্বাচনী বিশেষ অফাৰ- ‘ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক’, ক’ত কিদৰে পাব এই সুবিধা

আহি গ’ল নিৰ্বাচনী বিশেষ অফাৰ- ‘ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক’, ক’ত কিদৰে পাব এই সুবিধা

1 year ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

33 minutes ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

2 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

3 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

3 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

4 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

5 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

5 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

6 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

6 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

9 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আহি গ’ল নিৰ্বাচনী বিশেষ অফাৰ- ‘ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক’, ক’ত কিদৰে পাব এই সুবিধা

editor by editor
October 23, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
আহি গ’ল নিৰ্বাচনী বিশেষ অফাৰ- ‘ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক’, ক’ত কিদৰে পাব এই সুবিধা
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গ’ল নিৰ্বাচনী বিশেষ অফাৰ- ‘ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক’, ক’ত কিদৰে পাব এই সুবিধা

১৩ নৱেম্বৰত দেশত উপনিৰ্বাচন। দেশৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভাৰ এই উপ-নিৰ্বাচন। সেই উদ্দেশ্যে কেউটা সমষ্টিতে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থী সকলে দাখিল কৰিবলৈ আৰম্ভ হৈছে মনোনয়ন। কাৰণ ২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ।

অসমতো গৰম হৈ পৰিছে নিৰ্বাচনী বতৰ। বিজেপি কিম্বা কংগ্ৰেছ দুয়ো দলে নিজ নিজ প্ৰাৰ্থীৰ নাম সদৰি কৰিছে নিৰ্বাচনী যুঁজৰ বাবে।

তাৰেই মাজতে পোহৰলৈ আহিছে ঝাৰখণ্ডৰ এক বিশেষ খবৰ। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ভোটাৰ সকলৰ বাবে আহিছে এক বিশেষ অফাৰ।

‘ভোট দি আহক, মাংস-ভাত খাই যাওক।’ ভোট দি উভতি অহা সকলৰ বাবে এই বিশেষ অফাৰ লৈ থাকিব এগৰাকী ব্যৱসায়ী। ব্যৱসায়ীগৰাকীয়ে দিয়া এই অফাৰত ভোট দিওতা সকলক মুৰ্গী মাংসৰে সম্পূৰ্ণ বিনামূলীয়াকৈ ভাত এসাঁজ।

অৱশ্যে এই অফাৰটো আপুনি ৰাঁচীৰ ভেণ্ডৰ মাৰ্কেটৰ ঠিক কাষতে অৱস্থিত পৌৰ নিগমৰ পাৰ্কিং স্লটত পাব। য’ত আদৰ্শ নামৰ লোকগৰাকীৰ খাদ্যৰ হোটেল এখন আছে। সেই হোটেলখনৰেই মালিক আদৰ্শই কয় যে,- আমি লোকসভা নিৰ্বাচনতো এনে আঁচনি ৰাখিছিলোঁ। আমি প্ৰায় ৫০০ প্লেট বিনামূলীয়াকৈ দিলোঁ। এইবাৰো আমাৰ টাৰ্গেট ৫০০, কমেও ৫০০ জনক বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ। অৱশ্যে ইয়াৰ পিছতো অহা ভোটাৰসকলেও এই অফাৰৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব।

আদৰ্শই কয় যে যেতিয়া মানুহে ভোট দি আমাৰ ওচৰলৈ আহিব তেতিয়া মাত্ৰ ভোট দিয়াৰ প্ৰমাণ হিচাপে আঙুলিৰ চিয়াঁহী দেখুৱাালেই হ’ব। ইয়াৰ পিছত তেওঁলোকে বিনামূলীয়াকৈ লাভ কৰিব মুৰ্গী মাংসৰে ভাত।

আদৰ্শই এই ক্ষেত্ৰত কয় যে এনে অফাৰৰ আঁৰৰ একমাত্ৰ উদ্দেশ্য হৈছে মানুহক নিৰ্বাচনৰ বিষয়ে সজাগ কৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionelectionloksabha electionVoterVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, গুৰু পূষ্য নক্ষত্ৰৰ বাবে ৩টা বিৰল যোগৰ মহান কাকতলীয়া

৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, গুৰু পূষ্য নক্ষত্ৰৰ বাবে ৩টা বিৰল যোগৰ মহান কাকতলীয়া

অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত

অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.