• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

3 months ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

20 minutes ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

49 minutes ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

10 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

11 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

12 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

12 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

13 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

14 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

15 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

15 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

15 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

কিয় বিতৰ্কত প্ৰণিত ম'ৰেৰ ষ্টেণ্ড আপ কমেডী জানক

editor by editor
June 13, 2026 - Updated on June 14, 2026
in বিনোদন, বিবিধ, ভাৰত, লেখা
0
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্টেণ্ড আপ কমেডী শ্ব’ৰ লগতে ‘বিগ বছ ১৯’ প্ৰতিযোগী প্ৰনীত ম’ৰেৰ ‘ক্ৰাউড-ৱৰ্ক’ ক্লিপ ভাইৰেল হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। প্ৰাৰম্ভিক চৰ্চা এজন দৰ্শকৰ মন্তব্যক লৈ আছিল যদিও, বিতৰ্কটো দ্ৰুতগতিত বৃহত্তৰ সংঘাতলৈ পৰিণত হৈছে। নাৰীবিদ্বেষ, সন্মান, সামাজিক দায়বদ্ধতা আৰু মঞ্চত এনে অকৃত্ৰিম মন্তব্য কৰাকলৈ এজন কমেডিয়ানৰ ভূমিকা সঠিকভাৱে কি হ’ব লাগে সেই সম্পৰ্কে সমগ্ৰ দেশতে বিতৰ্ক চলি আছে।

গুৰুগ্ৰামত প্ৰণিত ম’ৰেৰ শ্ব’ৰ সময়ত হিমাংশু জাংৰা নামৰ এজন দৰ্শকে নিজৰ ডেটিং অভিজ্ঞতা শ্বেয়াৰ কৰি আছিল। ভাইৰেল হোৱা ক্লিপটোত হিমাংশুৱে দাবী কৰিছিল যে তেওঁ ডেটত চিকেন বিৰিয়ানীৰ প্লেটত ৩৭০ টকা খৰচ কৰিছিল আৰু সেইবাবেই তেওঁ অনুভৱ কৰিছিল যে মহিলাগৰাকীৰ পৰা শাৰীৰিক সুখ লাভ কৰিব নোৱাৰিলে। কেৱল খাদ্যৰ বিল পৰিশোধ কৰাৰ বাবেই তেওঁ মহিলাগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো অধিকাৰ বুলি অনুভৱ কৰিছিল।

ভিডিঅ’টো ৰাজহুৱা হোৱাৰ লগে লগে ইণ্টাৰনেটত গালিৰ ধুমুহাৰ সৃষ্টি হয়। কন্টেন্ট ক্ৰিয়েটৰ উৰ্ফি জাভেদে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ক্লিপটো শ্বেয়াৰ কৰি ইয়াক “নিন্দনীয়” বুলি অভিহিত কৰে। নেটিজেনসকলে প্ৰশ্ন কৰিবলৈ ধৰিলে যে এনেধৰণৰ আপত্তিজনক মন্তব্যৰ পিছতেই কিয় প্ৰণিতে হিমাংশুক বাধা নিদিলে।

দৰ্শকৰ হেঁচাত পৰি কমেডিয়ান প্ৰণিত ম’ৰে ২ জুনত ইনষ্টাগ্ৰামত এক বিবৃতি প্ৰকাশ কৰে। তেওঁ কয় যে দৰ্শকৰ এই মন্তব্য তেওঁৰ ব্যক্তিগত বিশ্বাসৰ বিৰুদ্ধে। প্ৰণিতে লিখিছে, “হাঁহি থকাৰ পৰিৱৰ্তে মই লগে লগে এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰা উচিত আছিল। এইটো মোৰ ফালৰ পৰা বিচাৰৰ এক বৃহৎ ভুল আছিল।” লগতে সকলো প্লেটফৰ্মৰ পৰা ভিডিঅ’টো আঁতৰোৱা হ’ব বুলিও তেওঁ কয়। আনহাতে হিমাংশু জাংগৰাইও ক্ষমা বিচাৰি কয় যে তেওঁৰ কোনো লিংগক অপমান কৰাৰ উদ্দেশ্য নাছিল, তেওঁৰ মন্তব্য অতি অবিবেচক।

কিন্তু বিতৰ্ক ইয়াতেই স্তব্ধ নহ’ল। যোৱা ৮ জুনত গুৰুগ্ৰামস্থিত কোম্পানী ষ্টাৰভিক ডিজাইনে কৰ্মচাৰী হিমাংশু জাংৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। ভাইৰেল ভিডিঅ’টোৰ বাবে তেওঁলোকৰ ওচৰত শ শ মেছেজ আৰু ইমেইল আহিছিল। হিমাংশুৰ এই মন্তব্য কোম্পানীটোৰ মতাদৰ্শৰ বিৰোধী আছিল। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে ইয়াৰ পূৰ্বে কোনো মহিলা কৰ্মচাৰীয়ে হিমাংশুৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নাছিল।

প্ৰায় একে সময়তে একেটা শ্ব’ৰ আন এটা ক্লিপ ভাইৰেল হৈছিল। ইয়াত ডাঃ চেজল পাৱাৰ নামৰ এগৰাকী মহিলা দৰ্শকে মৃত পুৰুষৰ মৃতদেহৰ যৌনাংগৰ আকাৰ তুলনা কৰাৰ বিষয়ে কটু মন্তব্য কৰা শুনা যায়। এই ভিডিঅ’টোৱে চিকিৎসক সমাজৰ লগতে সাধাৰণ ৰাইজৰ মাজতো যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছিল। পিছত ছেজালে ভিডিঅ’ মেছেজৰ জৰিয়তে ক্ষমা বিচাৰে।

অৱশেষত মুম্বাইৰ ন’ডেল চাইবাৰ পুলিচ ষ্টেচনে ম’ৰ, হিমাংশু জাংৰা আৰু ড০ ছেজল পাৱাৰৰ বিৰুদ্ধে ইণ্টাৰনেটত অশ্লীল আৰু আপত্তিজনক বিষয়বস্তু বিয়পোৱাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি (আইপিচি) ২০২৩ আৰু তথ্য প্ৰযুক্তি আইন (আইটি আইন) ২০০০ৰ অধীনত গোচৰ ৰুজু কৰে।

সহজ ভাষাত ক’বলৈ গ’লে এই বিতৰ্কৰ মূল জুই হৈছে ৩৭০ টকাৰ বিৰিয়ানী খাই শাৰীৰিক ঘনিষ্ঠতাৰ দাবী কৰি এগৰাকী নাৰীৰ ‘সন্মতি’ সস্তীয়া সামগ্ৰীৰ স্তৰলৈ হ্ৰাস কৰাৰ মানসিকতা। প্ৰাথমিক ক্ষোভৰ ৰূপত আৰম্ভ হোৱা এই ঘটনাই এতিয়া দেশৰ মনোৰঞ্জন জগত, আইনী পৰিসৰ আৰু লিংগ সমতাৰ অধিকাৰক লৈ এক ডাঙৰ প্ৰশ্নবোধক উত্থাপন কৰিছে।

(এই তথ্য বৰষা মিশ্ৰই যুগুতাইছে)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

September 17, 2026
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
Next Post
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.