• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

1 year ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

2 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

3 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

4 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

5 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

6 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

7 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

7 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

8 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

9 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

9 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

editor by editor
August 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ সৈতে কৰা দুষ্কৰ্মৰ প্ৰতিবাদ কৰাত গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

আফ্ৰিকাৰ দেশ চুডানৰ এখন গাঁও ৰক্তাক্ত হৈ পৰিছে। এক জঘন্য ঘটনাৰ সাক্ষী হৈ পৰিছে। যি ঘটনাৰ ওপৰত ধিক্কাৰ দিছে সমগ্ৰ বিশ্বই। চুডান অৰ্ধসামৰিক গোটৰ যোদ্ধাসকলে প্ৰথমে এখন গাঁও লুটপাত কৰি তাৰ পিছত জুই লগাই দিয়ে। এই আক্ৰমণত ৮৫ জন লোকৰ মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে।

মৃত্যু হোৱাসকলৰ ভিতৰত নিৰীহ শিশু আৰু মহিলাও অন্তৰ্ভুক্ত আছে। এক সংবাদ সংস্থাৰ মতে, চুডানত ১৮ মাহ ধৰি চলি থকা সংঘাতৰ এইটোৱেই হৈছে শেহতীয়া আক্ৰমণ। ইয়াত যি ধৰণৰ ভয়াবহতা চলি আছে, সেই ঘটনাই সকলোৰে অন্তৰাত্মা পৰ্যন্ত কঁপাই তুলিছে।

জুলাই মাহৰ পৰা ‘ৰেপিড চাপৰ্ট ফ’ৰ্চ’ৰ যোদ্ধাসকলে গালগনি নামৰ এখন গাঁৱত অব্যাহত ৰাখিছে এই আক্ৰমণ। কিছুদিন পূৰ্বে চেন্নাৰ প্ৰদেশৰ এই গাঁৱত যোদ্ধাসকলে প্ৰৱেশ কৰি মহিলা আৰু শিশুক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া স্থানীয় ৰাইজে ইয়াৰ প্ৰতিবাদ কৰে, তেতিয়া নিৰস্ত্ৰ গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে সামৰিকবাহিনীয়ে।

চুডানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এই আক্ৰমণত ১৫০ জনতকৈ অধিক গাঁৱৰ লোক আহত হৈছে। বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশতে আৰ এছ এফৰ যোদ্ধাসকলে গণহত্যা আৰু ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছে।

গাঁওখনত এই হত্যাকাণ্ড প্ৰত্যক্ষ কৰা তিনিজন লোকে জনোৱা মতে, তিনি ঘন্টা ধৰি আৰ এছ এফৰ যোদ্ধাসকলে আক্ৰমণ চলাইছিল। ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু চৰকাৰী কাৰ্যালয় লুটপাত কৰি জ্বলাই দিয়ে যোদ্ধাসকলে। স্থানীয় চিকিৎসা কেন্দ্ৰত কৰ্মৰত এগৰাকী স্বাস্থ্যসেৱা কৰ্মীয়ে কয় যে প্ৰথম অৱস্থাত কম সংখ্যক যোদ্ধা আহিছিল, কিন্তু তাৰ পিছত যেতিয়া মানুহে প্ৰতিবাদ কৰিছিল তেতিয়া যোদ্ধাসকলে উভতি যায়। কিন্তু কেইঘণ্টামানৰ পাছত কেইবা ডজন পিকআপত উঠি শ শ আৰ এছ এফৰ যোদ্ধা গাঁৱত প্ৰৱেশ কৰি মানুহক নিৰ্বিচাৰে হত্যা কৰে।

উল্লেখ্য যে, চুডানত চলি থকা সংঘাতত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। দেশত অনাহাৰৰ পৰিস্থিতিও উদ্ভৱ হৈছে। অৰ্ধসামৰিক বাহিনী আৰু সেনাৰ সংঘাতৰ সময়ত বৃহৎ সংখ্যক মহিলাক ধৰ্ষণ কৰাৰ লগতে কিছুমান জনজাতীয় লোকক নিঃশেষ কৰাৰ চেষ্টা কৰা হৈছে। চুডানত সংঘাতৰ বাবে এক কোটিৰো অধিক লোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে। কেৱল এয়াই নহয় ২০ লাখৰো অধিক লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে চুবুৰীয়া দেশত আশ্ৰয় লৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rape caseRape Case In SudanSudanSudan Civil WarSudan Rape CaseSudan War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
Next Post
১০৩ কোটি টকাৰ সোণৰ বাহনত ঘূৰি ফুৰা এজন ৰজা, গেৰেজত আছে ৭০০০খন বিলাসী গাড়ী

১০৩ কোটি টকাৰ সোণৰ বাহনত ঘূৰি ফুৰা এজন ৰজা, গেৰেজত আছে ৭০০০খন বিলাসী গাড়ী

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.